DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভ্ৰান্তিৰ মাজতে উজনিত আটাছুৰ বন্ধৰ আংশিক প্ৰভাব

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 10:29 am
142
VIEWS
Share on FacebookShare on Twitter

আটাছুৰ লিটল বুঢ়াগোহাঁইৰ নেতৃত্বাধীন সংগঠনে অখিল গগৈক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি সংগ্ৰামী সত্তা ধ্বংস কৰাৰ প্ৰতিবাদ, হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা কৰি আহ্বান কৰা অসম বন্ধই উজনিত মিশ্ৰিত প্ৰভাব পেলোৱাটো পৰিলক্ষিত হৈছে।

জানিব পৰা মতে যোৰহাটৰ নগৰ অঞ্চলত দোকান – পোহাৰ মুকলি ৰখা হৈছে যদিও মৰিয়নি, টীয়ক ইত্যাদি নগৰৰ কাষৰীয়া অঞ্চলত বন্ধৰ আংশিক প্ৰভাব পৰিছে। আনহাতে মৰিয়নী, টীয়কৰ পৰা যোৰহাটলৈ অহা যাত্ৰীবাহী বাহন সমূহৰ চলাচল অব্যাহত আছে বুলি এক সুত্ৰই জনাইছে।

উল্লেখযোগ্য যে মঙ্গলবাৰে আটাছুৱে আহ্বান জনোৱা এই বন্ধক লৈ জনসাধাৰণৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আটাছুৰ লিটল গগৈৰ গোটে জনোৱা এই বন্ধৰ বিপৰীতে একেটা সংগঠনৰে মনোজ গগৈ  গোটে এই বন্ধৰ আহ্বান কৰা নাই বুলি সদৰি কৰিছে। মনোজ গগৈৰ গোটৰ প্ৰভাব বিশেষকৈ গোলাঘাট, লক্ষীমপুৰ, ধেমাজি ইত্যাদি জিলা কেইখনত হোৱা বাবেই এই অঞ্চল সমূহত বন্ধৰ প্ৰভাব পৰা নাই বুলি জানিব পৰা গৈছে।

মনোজ গগৈয়ে জানিব দিয়া অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে বুলিয়ে তেওঁৰ গোটে এই বন্ধৰ প্ৰতি সঁহাৰি জনোৱা নাই। আনহাতে লিটল বুঢ়াগোহাঁই গোটে অসমীয়া জাতীয় সত্তা ৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে বুলি উল্লেখ কৰি সকলোকে বন্ধৰ প্ৰতি সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd