• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথত আছুৰ বিশাল জোঁৰ সমদল

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , May 14, 2018 8:10 pm

1 min read

Protest against Citizenship Bill
79
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ বিদেশীৰ বোজা জাপি দিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা প্ৰতিবাদৰ জোৱাৰ অলপো শাম কটা নাই, বৰঞ্চ ই আৰু অধিক তীব্ৰতৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াৰে অংশ হিচাপে ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথ চাৰিআলিৰ ৰাজপথত আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়।

অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন হ’ব পৰা চৰকাৰৰ এই জাতিধ্বংসী কাৰ্যৰ প্ৰতিবাদত উলিওৱা উক্ত প্ৰতিবাদী সমদলত প্ৰায় ৫ শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজ্য চৰকাৰক তীব্ৰ হুংকাৰ জনোৱাৰ লগতে নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, সৰ্বানন্দ সোনোৱাল হুঁচিয়াৰ আদি শ্লোগানেৰে বিশ্বনাথ চাৰিআলিৰ ৰাজপথ কঁপাই তোলে।

সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ উদ্যোগত উলিওৱা এই জোঁৰ সমদলৰ প্ৰতি বিশ্বনাথৰ কেইবাটাও জাতীয় দল-সংগঠন, মহিলা সংগঠন, ই ৰিক্সা চালককে আদি কৰি প্ৰায় সকলো সচেতন নাগৰিকৰ সহযোগিতা আগবঢ়ায়।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd