DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত উন্মোচন চিকিৎসক ডাঃ অমল শইকীয়াৰ ‘ডাক্তৰ আৰু বাম ডাক্তৰ’

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 20, 2018 8:28 pm
biswanath chariali assam
100
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলিৰ অগ্ৰণী সাহিত্যানুষ্ঠান জোনাকী চ’ৰাৰ উদ্যোগত বিশ্বনাথৰ  চিকিৎসক, বিশ্বনাথ চহৰৰ কে পি মে’মৰিয়েল নাৰ্ছিং হ’মৰ স্বত্বাধিকাৰী ডা: অমল শইকীয়াৰ ‘ডাক্তৰ আৰু বাম ডাক্তৰ’  গ্ৰন্থখন আজি ২০ মে’ত উন্মোচন কৰা হয়।

বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট শিক্ষাবিদ প্ৰবীণ শইকীয়াই গ্ৰন্থখন উন্মোচন কৰি ব্যঙ্গ সাহিত্য আৰু আজিৰ বিজ্ঞানৰ যুগত সাধাৰণ লোকৰ মাজত প্ৰচলিত ডাইনী প্ৰথা, অন্ধ বিশ্বাসৰ কথা উল্লেখ কৰি উন্মোচিত গ্ৰন্থখনৰ কিছু সাৰাংশ দাঙি ধৰে।

বীনাপাণি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী  সভাত সভাপতিত্ব কৰে জোনাকী চ’ৰাৰ সভাপতি, বিশিষ্ট নাট্যকাৰ, প্ৰবীণ সাংবাদিক তৰুণ শইকীয়াই।

জোনাকী চ’ৰাৰ সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্য্যই আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডo অঞ্জন কুমাৰ ওজাই চিকিৎসা বৃত্তি আৰু সাহিত্য চৰ্চা বিষয়ৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।

ইয়াৰ পিচতে অজিত হাজৰিকাই এটি কবিতা পাঠ কৰে আৰু তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় অধ্যক্ষা তথা আকাশবাণী ডিব্ৰুগড়ৰ শিল্পী ডাঃ ৰিণী দুৱৰাই এটি গীত পৰিবেশন কৰে।

Recent News

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd