DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত চাঞ্চল্যকৰ ডকাইতি; গুলীচালনা কৰি পে’ট্ৰল ডিপ’ৰ পৰা লুট কেইবা লাখো টকা

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 13, 2018 9:07 pm
petrol depot looted in biswanath
2.5k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ ( Biswanath )ৰ বাঘমাৰীৰ জে পি এনাৰ্জি চাৰ্ভিচ নামৰ এছাৰ (Essar Oil)ৰ এটা তেল ডিপ’ত আজি ১৩ মে’ৰ সন্ধিয়া সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতি কাণ্ড। চাৰিজনীয়া অস্ত্ৰধাৰী দল এটাই ডিপ’টোত গুলীচালনা কৰি কেবা লাখো টকা লুটি নিয়ে।

বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে আহি কাউন্টাৰত পিস্তল দেখুৱাই মেনেজাৰ সুনীল পেটেলক উদ্দেশ্যি গুলীচালনাও কৰিছিল যদিও সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰে।

ঘটনাস্থলীত জিনজিয়া আৰক্ষী আৰু বিশ্বনাথ জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আহি ততালিকে উপস্থিত হৈছে। ঘটনাথলীত আৰক্ষীয়ে ৭.২ পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।

ঘটনাৰ বিৱৰণি মতে ডিপ’টোত উপস্থিত হোৱাৰ লগে লগে কঁকালৰ পৰা পিস্তল উলিয়াই কাউন্টাৰৰ প্ৰৱেশ কৰি কাউণ্টাৰত থকা কৰ্মচাৰী দুজনক ধন উলিয়াই দিবলৈ কয়। দলটোৱে লগে লগে নাতিদূৰত থকা তেল ডিপ’টোৰ মেনেজাৰ পেতেলক লক্ষ্য কৰি গুলী চালনা কৰিছিল যদিও পেতেলে সেই স্থানৰ পৰা দৌৰি পলায়ন কৰে।

ঘটনাটোৱে বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd