DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত সাংবাদিক তৰুণ শইকীয়াক ‘সদস্য বৰেণ্য’ সন্মান প্ৰদান অসমীয়া সাহিত্য সন্মিলনীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
March 30, 2018 10:39 pm
বিশ্বনাথত সাংবাদিক তৰুণ শইকীয়াক ‘সদস্য বৰেণ্য’ সন্মান প্ৰদান অসমীয়া সাহিত্য সন্মিলনীৰ
90
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে  বিশ্বনাথ মহাবিদ্যালয়ৰ সভাকক্ষত অসমীয়া সাহিত্য সন্মিলনীৰ  উদ্যোগত অনুষ্ঠিত এখন বিশেষ সভাত বিশ্বনাথৰ বিশিষ্ট নাট্যকাৰ, সাংবাদিক তৰুণ শইকীয়াক ‘সদস্য বৰেণ্য’ সৰ্বোচ্চ সন্মান  প্ৰদান কৰা হয়।

অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত এই সভাত সভাপতিত্ব  কৰে অসমীয়া সাহিত্য সন্মিলনীৰ কাৰ্যকৰি সভাপতি দিলীপ বৰাই।

সন্মিলনীৰ প্ৰধান সম্পাদক ড০ অনুৰাধা শৰ্মাই উদ্দেশ্য বাখ্যা কৰা এই সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে বিশিষ্ট নাট্যকৰ্মী ঐশ্বৰ্য্য কাকতিয়ে।

সভাত অসমীয়া সাহিত্য সন্মিলনীৰ ‘সদস্য বৰেণ্য’ সন্মান প্ৰাপক বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াক বিশ্বনাথৰ ২৫ টাৰো অধিক দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা এটি সমৱেত সংগীতেৰে আৰম্ভ হোৱা সভাত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক ৰানা প্ৰসাদ হাজৰিকা, ভোলা কটকী, বিশিষ্ট সমাজকৰ্মী জিতেন ভাগৱতীয়েও বক্তব্য আগবঢ়াই।

আনহাতে এই সন্মান লাভ কৰা তৰুণ শইকীয়াই সভাত বক্তব্য দাঙি ধৰি অসমীয়া সাহিত্য সন্মিলনীৰ এনে প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd