• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত ৩ মাহ পূৰ্বেই জীয়েকে বাপেকক হত্যা কৰি পৰিয়ালৰ সহযোগত পুতি থৈ দিছিল ‘সন্ধানহীন’ৰ গোচৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 22, 2018 7:30 pm
biswanath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ পানীভঁড়ালত পত্নী, পুত্ৰ আৰু দুই জীয়ৰীয়ে মিলি পূৰ্ণকান্ত বৰা (৭৬ বছৰীয়া) নামৰ লোক এজনক ৩ মাহ পূৰ্বে  হত্যা কৰি ঘৰৰ বাৰীত গাঁত খান্দি পুতি থোৱাৰ এক ৰোমহৰ্ষক ঘটনা আজি ২২ মে’ত পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বিশ্বনাথ আৰক্ষী থানাত লোকজনৰ জীয়েক দীপশিখা বৰাই আজি লোমহৰ্ষক  হত্যাকাণ্ডটোৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ বাবে মৃতদেহ পুতি থোৱা ১২ ফুট দ গাঁতটো পুনৰ খান্দিবলৈ আৰম্ভ কৰিছে। দণ্ডাধীশৰ উপস্থিতিত এই খনন আৰম্ভ হোৱাৰ লগে লগে লোকে লোকাৰণ্য হৈ পৰিছে ঘৰখন।

Apply Now

উল্লেখযোগ্য যে লোকজনক হত্যা কৰি উঠি পৰিয়ালৰ লোকেই লোকজন ‘সন্ধানহীন’ হোৱা বুলি তিনিমাহ পূৰ্বে বিশ্বনাথ থানাত এজাহাৰ দাখিল কৰিছিল।

গাঁৱৰ একাংশ লোকে লোকজনক পৰিয়ালৰ লোকেই মাৰি পুতি থোৱা বুলি সন্দেহ কৰি আজি আৰক্ষীক জনোৱাৰ পিছত লোকজনৰ জী দীপশিখা বৰা আৰু পুত্ৰ দিব্যজ্যোতি বৰাক আটক কৰি জেৰা চলোৱাত তেওঁলোকে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। পিছত আৰক্ষীয়ে পৰিয়ালৰ সকলোকে আটক কৰি সোধ-পোচ চলায়।

আনহাতে লোকজনক হত্যাৰ কাৰণক লৈ স্থানীয় ৰাইজ আৰু হত্যাকাৰী জীয়েক বৰাই দিছে বেলেগ বেলেগ ভাষ্য। দীপশিখা বৰাৰ মতে পিতৃ  পূৰ্ণকান্ত বৰাই প্ৰায় তিনিমাহ পূৰ্বে ৩ মাৰ্চত তেওঁক পিছফালৰ পৰা গবা মাৰি ধৰি ধৰ্ষণৰ চেষ্টা কৰোতে গোৰ মাৰি দিয়াত বেয়া ঠাইত লগাত পৰি যায় আৰু তাৰ পিছতে এখন কুঠাৰেৰে মূৰত মৰাত পূৰ্ণকান্তৰ মৃত্যু হয়। পিছত পৰিয়ালৰ লোকসকল মিলি তেওঁৰ মৃতদেহ গাঁত খান্দি পুতি থয়।

কিন্তু স্থানীয় ৰাইজৰ মতে  বিশ্বনাথ ঘাটৰ ধেনুখনাত থকা পৰিয়ালটোৰ প্ৰায় এককোটি টকা মূল্যৰ মাটি বিক্ৰী কৰিবলৈ মৃত বৰাই গ্ৰাহক থিক কৰিছিল। কিন্তু পুত্ৰ দিব্যজ্যোতি আৰু পৰিয়ালে এই কথাত মান্তি নহৈ লোকজনক হত্যা কৰে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বদ্ৰীনাথ মন্দিৰৰ দান-বৰঙণি জালিয়াতি : বি.কে.টি.চি.ৰ প্ৰাক্তন কৰ্মচাৰী গ্ৰেপ্তাৰ

বদ্ৰীনাথ মন্দিৰৰ দান-বৰঙণি জালিয়াতি : বি.কে.টি.চি.ৰ প্ৰাক্তন কৰ্মচাৰী গ্ৰেপ্তাৰ

July 13, 2026 4:07 pm
পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন

পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন

July 13, 2026 4:07 pm
মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

July 13, 2026 3:12 pm
নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ  উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

July 13, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বদ্ৰীনাথ মন্দিৰৰ দান-বৰঙণি জালিয়াতি : বি.কে.টি.চি.ৰ প্ৰাক্তন কৰ্মচাৰী গ্ৰেপ্তাৰ

বদ্ৰীনাথ মন্দিৰৰ দান-বৰঙণি জালিয়াতি : বি.কে.টি.চি.ৰ প্ৰাক্তন কৰ্মচাৰী গ্ৰেপ্তাৰ

July 13, 2026 4:07 pm
পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন

পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন

July 13, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd