• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত দুদিনীয়া টাই কোৱানডো প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
March 31, 2018 6:47 am
20180330_185351
133
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা  দুদিনীয়াকৈ  বিশ্বনাথ চাৰিআলিৰ “চেম্পিয়নছ মেকাৰ একাডেমী”ত অনুষ্ঠিত হোৱা টাই কোৱান-ডোৰ প্ৰশিক্ষণ শিবিৰৰ শুকুৰবাৰে সফল সামৰণি পৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ত অতি কম সময়ৰ ভিতৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা উক্ত প্ৰতিষ্ঠানত যোৱা দুদিনৰ পৰা বিশ্বনাথ জিলাৰ অন্তগৰ্ত বিভিন্ন স্থানৰ পৰা নিৰ্বাচিত কৰা খেলুৱৈ সকলক অসমৰ জ্যেষ্ঠ অভিজ্ঞতা সম্পন্ন সমৰকলাবিদ পাৰ্থ প্ৰতিম হাজৰিকাৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় |

শুকুৰবাৰে এই সফল সামৰণি অনুষ্ঠানত বিশ্বনাথৰ কেইবাজনো বিশিষ্ট অতিথি আৰু প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ অভিভাৱকসকল উপস্থিত থাকে |

অনুষ্ঠানৰ সামৰণিত যোৱা দুদিন ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক বিশ্বনাথ চাৰিআলি, বিহালী আৰু গহপুৰৰ কেইবাগৰাকী আমন্ত্ৰিত যুৱনেতা আৰু সাংবাদিকৰ উপস্থিতিত একোখনকৈ প্ৰমান পত্ৰ প্ৰদান কৰা হয় ৷

ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত বিশ্বনাথ অঞ্চলত অগ্ৰনী ভূমিকা গ্ৰহণ কৰি অহা বিশ্বনাথ জিলা টাই কোৱানডো সন্থাৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে ৰাইজে।

অসমত সমৰকলাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত উপযুক্ত আন্ত:গাঁথনিৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি যদিও এনেধৰণৰ প্ৰচেষ্টাই এই ক্ৰীড়া বিধক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে অৰিহনা যোগাব বুলি ৰাইজে মত ব্যক্ত কৰে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd