• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব জিমনাষ্টিকছত সোণৰ পদক দখল দীপা কৰ্মকাৰৰ; আঘাতৰ পিছত চমৎকাৰ প্ৰত্যাৱৰ্তন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 8, 2018 8:06 pm

1 min read

dipa karmakar gymanast

জিমনাষ্ট দীপা কৰ্মকাৰৰ ফাইল ফটো

72
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ বাবে প্ৰায় দুবছৰ ধৰি খেলৰ জগতৰ পৰা আঁতৰি থকা দেশৰ তাৰকা জিমনাষ্ট দীপা কৰ্মকাৰে ঘটাইছে চমৎকাৰ প্ৰত্যাৱৰ্তন। তুৰ্কিত হৈ থকা জিমনাষ্টিকছৰ বিশ্ব প্ৰতিযোগিতা ‘FIG Artistic Gymnastics World Challenge Cup’ত আজি ৮ জুলাইত স্বৰ্ণ জিনিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ জীয়ৰীগৰাকী।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভল্ট শাখাত চতুৰ্থ স্থান পোৱা ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে দেওবাৰে ১৪.১৫০ স্ক’ৰেৰে সোণৰ পদক দখল কৰে।

বিশ্ব প্ৰতিযোগিতাখনত দীপাৰ এইটো প্ৰথম পদক।

আহি থকা এছিয়ান গে’ইমছলৈ যাব লগা ১০ জনীয়া ভাৰতীয় দললৈও নিৰ্বাচিত হৈছে দীপা।

প্ৰতিযোগিতাখনত দীৰ্ঘদিনৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে দীপাৰ সংগ দিছে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd