• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপলৈ অসম জীয়ৰী মনোমতী দহোতীয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2018 6:28 pm

1 min read

manomati dahotiya guwahati sai taekwando

মনোমতী দহোতীয়া

124
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ কঢ়িয়াই বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপ ২০১৮ (জুনিয়ৰ)ত ভাৰতৰ হৈ খেলিবৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটীৰ মনোমতী দহোতীয়া।

মনোমতী পাণবজাৰ ছোৱালী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী। মনোমতীয়ে ছাই (SAI)ৰ গুৱাহাটী কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। সেই সূত্ৰে তেওঁ ছাইৰ ছাত্ৰী আৱাসত থাকে।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখন অহা ৯ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ টিউনিছিয়াৰ হাম্মামেট অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ য়ুথ অলিম্পিক গেইমছ, ২০১৮ ৰ কোৱালিফিকেইশ্যনৰ খেলো একে স্থানতে হ’ব বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে উত্তৰ-পূবৰ মণিপুৰৰ পিছতে অসমত শেহতীয়া কেইটামান বছৰত যথেষ্ট সংখ্যক নতুন প্ৰতিভাৰ খেলুৱৈ উদিত তাৰকা হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা বছৰটোৰ শেষৰফালে বক্সাৰ অংকুশিতা বড়োৱে বিশ্ব চেম্পিয়নশ্বিপত দেশৰ হৈ স্বৰ্ণ অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসমকো গৌৰৱিত কৰিছিল।

Recent News

a mori

গণৰাজ্য দিৱস উদযাপনৰ সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd