• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব পেচাদাৰী ছিৰিজ : দুৰ্দান্ত প্ৰদৰ্শনেৰে বক্সিং ৰিঙলৈ প্ৰত্যাৱৰ্তন শিৱ থাপাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 22, 2018 4:56 pm

1 min read

-thapa-21-1524379394-308675-khaskhabar

সংগৃহীত

100
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক সুখবৰ। ভাৰত তথা অসমৰ আগশাৰীৰ বক্সাৰ শিৱ থাপাই বিশ্ব পেচাদাৰী ছিৰিজ বক্সিঙত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি বহু দিনৰ বিৰতিৰ অন্তত শক্তিশালী ৰূপত বক্সিং ৰিঙলৈ প্ৰত্যাৱৰ্তন কৰে।

হাৰিয়ানাৰ ৰোহতকৰ ৰাষ্ট্ৰীয় বক্সিং একাডেমিত চলি থকা বিশ্ব পেচাদাৰী ছিৰিজত শিৱই গ্ৰুপ চিৰ এখন মেচত ইণ্ডিয়ান টাইগাৰ্ছৰ হৈ খেলি ৰাছিয়াৰ প্ৰতিপক্ষ আছকেৰভ ছামিলক পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ইণ্ডিয়ান টাইগাৰ্ছৰ হৈ দ্বিতীয়বাৰৰ বাবে খেলা শিৱই পেট্ৰিয়ট বক্সিং দলৰ খেলুৱৈ আছকেৰভ ছামিলক ৪৮-৪৫, ৪৬-৪৭ আৰু ৪৭-৪৬ৰ ব্যৱধানত পৰাস্ত কৰে।

মেচখনত প্ৰতিপক্ষৰ খেলুৱৈৰ সন্মুখত অতি আক্ৰমনাত্মক তথা কোনো শংকা নোহোৱাকৈয়ে অৱতীৰ্ণ হোৱা শিৱই অৱশ্যে মেচখনৰ তিনিওজন বিচাৰকৰে মন জয় কৰিবলৈ সক্ষম নহ’ল।

ইফালে বিশ্ব চেম্পিয়নশ্বীপ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক বিজয়ী শিৱই আঘাত জনিত সমস্যাৰ বাবে সদ্যসমাপ্ত কমনৱেল্থ গেমছত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। কিন্তু বহু দিনৰ মূৰত বক্সিং ৰিঙত নমা শিৱক এই বিজয়ে মানসিকভাৱে উৎসাহ তথা শক্তি প্ৰদান কৰিব বুলিও ক্ৰীড়াপ্ৰেমী সকলে মন্তব্য কৰে।

মনকৰিবলগীয়া যে পেছাদাৰী বক্সিঙৰ ৬০ কেজি শাখাত উজলি উঠা বক্সাৰ শিৱ থাপাক অসম এমেছাৰ বক্সিং সন্থাই অভিনন্দন জ্ঞাপন কৰে।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd