• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুধবাৰে অনুষ্ঠিত হ’ব চৰকাৰৰ সৈতে মিজো বিদ্ৰোহীৰ শান্তি আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 12:23 pm
HPC-D-rebels-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰাম চৰকাৰ আৰু আলোচনাপন্থী বিদ্ৰোহী গোট হামৰ পীপলছ কনভেনশ্যন (ডেম’ক্ৰেট)ৰ মাজত বহু বিলম্বিত শান্তি আলোচনাৰ প্ৰক্ৰিয়া বুধবাৰে আইজলত পুনৰ আৰম্ভ কৰা হ’ব।

মিজোৰাম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব লালবাইকজামাই কয় যে আলোচনাৰ দিন ৫ মাৰ্চত নিৰ্দ্ধাৰিত কৰা হৈছিল যদিও এইচপিচি (ডি) বিদ্ৰোহীৰ সুবিধা অনুসৰি সেয়া স্থগিত ৰখা হৈছিল।

Apply Now

বৰ্তমানৰ এই শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো ২০১৬ চনৰ ১০ আগষ্টত বিষয়া পৰ্যায়ত আৰম্ভ হৈছিল আৰু এইবাৰৰ পৰা ৰাজনৈতিক পৰ্যায়ত আৰম্ভ কৰা হ’ব।

এইচপিচি(ডি)ৰ নেতাসকলে শনিবাৰে আশা প্ৰকাশ কৰিছিল যে মিজোৰাম চৰকাৰৰ সৈতে ৰাজনৈতিক পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আলোচনাই হামৰ সমস্যাটোৰ এটা সমাধানৰ পথ উলিয়াব।

চুবুৰীয়া মণিপুৰত থকা নাম প্ৰকাশত অনিচ্ছুক এইচপিচ(ডি)ৰ নেতাসকলে কয় যে বিদ্ৰোহী সংগঠনটোৱে প্ৰতিনিধি দলটোৰ সদস্য সম্পৰ্কত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই। অৱশ্যে তেওঁলোকে নিশ্চিত কৰিছে যে গোটটোৰ কাৰ্যবাহী সভাপতি লালথানলিয়েন হামৰ প্ৰতিনিধি দলটোত থাকিবই আৰু মুখপাত্ৰ হিচাপে কাৰ্যভাৰ চলাই যাব।

এইচপিচি(ডি) নেতাসকলে কয় যে শান্তি আলোচনাই দীৰ্ঘদিনীয়া হামৰ সমস্যাটোৰ এটা গ্ৰহণযোগ্য সমাধান বিচাৰি উলিয়াব।

চৰকাৰী সূত্ৰই কয় যে অলপতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া প্ৰাক্তন শ্ৰম মন্ত্ৰী লালৰিনমাৱাইয়া ৰালটে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিব।

এইচপিচিয়ে চুক্তি স্বাক্ষৰ হোৱাৰ আগেয়ে মণিপুৰৰ সৈতে লাগি থকা উত্তৰ পূব অংশত বসবাস কৰি থকা হামৰ সম্প্ৰদায়ৰ বাবে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত সুকীয়া স্বায়ত্ত্ব শাসিত জিলাৰ দাবী কৰিছিল।

এইচপিচি (ডি)য়ে অলপতে হামৰ সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰি তুলিবলৈ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ত্ব শাসনৰ দাবীটো পৰিহাৰ কৰিবলৈ মান্তি হৈছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd