DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

বৈশাখী উপলক্ষে অৰুণাচলৰ সীমান্তত ভাৰতীয় সেনা আৰু চীনা পীপলছ আৰ্মিৰ মাজত সৌহাৰ্দ্যমূলক বৈঠক

by
April 15, 2018 9:30 pm
BorderMeeting
116
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ কৃষিভিত্তিক উৎসৱ বৈশাখী উপলক্ষে আজি অৰুণাচলৰ সীমান্তৰ বুমলাত ভাৰতীয় সেনা আৰু চীনা পি এল এৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ লগতে আৰু সম্প্ৰীতিৰ আদান-প্ৰদান হয়।

জানিব পৰামতে, এইদৰে সীমান্তস্থিত দুয়োটা বাহিনীৰ মাজত সৌহাৰ্দ্যৰ আদান প্ৰদানৰ বাবে এই দিনটোত Border Personnel Meeting (BPM) শীৰ্ষক বৈঠক অনুষ্ঠিত হৈ আহিছে। ইয়াৰ জৰিয়তে অঞ্চলটোত দেখা দিয়া কিছুমান সমস্যাৰ সমাধান বিচৰাৰ লগতে পাৰস্পৰিক আস্থা আৰু বিশ্বাস বৃদ্ধি কৰা হয়। লগতে শান্তিৰ পৰিৱেশ ৰচনা কৰা হয়। ভাৰতীয় দলটোৰ প্ৰতিনিধিসকলৰ মাজত আছিল ব্ৰিগেডিয়াৰ এম পি সিং, টাৱাং ব্ৰিগেডৰ কমাণ্ডাৰ আৰু চীনৰ পক্ষৰ পৰা জাং য়ু পেই, চোনা জং গেৰিছনৰ কমাণ্ডৰ উপস্থিত আছিল। বৈঠকখন হৈছিল সাগৰপৃষ্ঠৰ পৰা ১৫,১৩৪ ফুট উচ্চতাৰ টাৱাঙৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ উত্তৰে থকা বুমলা নামৰ ঠাইত। জানিব পৰামতে এই ঠাইখন ভাৰত আৰু চীনৰ মাজৰ এনেকুৱা বৈঠক হোৱা পাঁচখন ঠাইৰ ভিতৰৰ এখন।

উল্লেখযোগ্য যে যোৱা ২০১৫ চনৰ পৰাই দুয়োখন দেশৰ সেনাৰ সহযোগিতাৰে বৈশাখী উৎসৱ পালন কৰি অহা হৈছে আৰু ইয়াক দুয়োখন দেশৰ সীমান্তস্থিত সেনাৰ মাজত সৌহাৰ্দ্যৰ আদান-প্ৰদানৰ মাধ্যম কৰি তোলা হৈছে।

আজিৰ অনুষ্ঠানত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। তাৰ পাছতে, দুয়োপক্ষৰ বিষয়া প্ৰতিনিধিসকলে আন্তৰিক তথা বন্ধুত্বমূলক পৰিৱেশত পাৰস্পৰিক মত বিনিময় কৰে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd