• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত গৰু আৰু গাড়ীৰে সৈতে ৪ গৰু চোৰক আটক আৰক্ষীৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 4, 2018 3:13 pm
বোকাখাত আৰক্ষীয়ে আটক কৰা গৰু চোৰ কেইজন। ফটো : উত্তম শইকীয়া

বোকাখাত আৰক্ষীয়ে আটক কৰা গৰু চোৰ কেইজন। ফটো : উত্তম শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেৰগাওঁৰ চুমনি আৰক্ষী চকীৰ অন্তৰ্গত মহিমাৰ পৰা  ৭ টা গৰু  চুৰি কৰি আনি থকাৰ পথত আজি পুৱা বোকাখাত আৰক্ষীয়ে  ৪ জন গৰু চোৰক কৰায়ত্ব কৰে। এ এছ ০২ বি – ২৭৩৭ নম্বৰৰ বগা বলেৰ’ পিক আপ ভানত গৰুকেইটা লৈ আহি থকা অৱস্থাতে বোকাখাত আৰক্ষীয় গাড়ী আৰু গৰুৰে সৈতে চোৰ কেইটাক আটক কৰে৷

চুৰি গৰুৰ গাড়ী
বোকাখাত আৰক্ষীয়ে গৰু চোৰৰ সৈতে আটক কৰা গাড়ীখন। ফটো : উত্তম শইকীয়া

প্ৰথম অৱস্থাত চোৰ কেইটাই পলায়ন কৰিছিল যদিও বোকাখাত আৰক্ষীয়ে গৰু নিয়া বলেৰ’ পিক আপ ভানখন খেদি গৈ কহঁৰা আৰু বাগৰিৰ মধ্যস্থলত গাড়ী সহ চোৰ কেইটাক আটক কৰিবলৈ সক্ষম হয়।

Apply Now

আটকাধীন চোৰ কেইটা হ’ল মহ: চফিউদ্দিন, মফিউদ্দিন ইছলাম, নুৰুল ইছলাম আৰু জাকিৰ হুছেইন। আটাই কেইজনৰ ঘৰ নগাৱৰ ৰূপহীহাটৰ কাৱৈমাৰীত।

ঘটনাৰ সংক্ৰান্তত বোকাখাত  আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ  BKT PS/E /No 306/18 U/S 379/413 নম্বৰৰ কেচ এটা ৰুজু কৰি গৰু চোৰকেইজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm
শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

June 24, 2026 8:11 pm
বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

June 24, 2026 7:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd