• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত ডিফলু নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দুগৰাকী কিশোৰীক; এগৰাকীৰ মৃতদেহ উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 2, 2018 6:38 pm
113
VIEWS
Share on FacebookShare on Twitter

আজি সংঘটিত এক শোকাৱহ ঘটনাত নদীত গা ধুবলৈ যোৱা বোকাখাতৰ দুগৰাকী কিশোৰীক গা ধুই থকা অৱস্থাতে নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে।

ডিফলু নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকীৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় যদিও আনগৰাকী এতিয়া লৈকে বিচাৰি উলিয়াব পৰা হোৱা নাই।

প্ৰাপ্ত তথ্য মতে, বোকাখাত সাপজুৰিৰ আহোম গাঁৱৰ চাৰিগৰাকী কিশোৰীয়ে প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ ডিফলুপথাৰ আহোম গাঁৱৰ সমীপত থকা ডিফলু নদীত গা ধুবলৈ গৈছিল, গা ধুই থকা অৱস্থাতে ডিফলুৰ বাঢ়নী পানীয়ে জানমণি বাস্কে আৰু প্ৰিয়া মূৰমূৰ নামৰ কিশোৰী দুগৰাকীক উটুৱাই নিয়ে।

আনহাতে তেওঁলোকৰ লগৰ আন এগৰাকীকো নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল যদিও তেওঁ কোনোমতে নদীত পাতি থোৱা জালৰ বাঁহত ধৰি ৰক্ষা পৰে।

ঘটনাটোৰ কথা জানিব পাৰি স্থানীয় লোকে প্ৰথমে নাও লৈ বিচাৰ-খোচাৰ কৰিছিল কিন্তু কোনো শুংসুত্ৰ উলিয়াব নোৱাৰিলে। অৱশ্যে পিছত নদীখনৰ ওপৰত থকা শ্লুইচ গেটখন বন্ধ কৰি গাঁৱৰ ৰাইজে জানমণি বাস্কেক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ ইতিমধ্যে মৃত্যু হয়।

আনগৰাকী কিশোৰী প্ৰিয়া মূৰমূৰৰ সন্ধানত গাঁওবাসীৰ লগতে এচ ডি আৰ এফৰ জোৱান আহি অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কিশোৰী গৰাকীৰ সন্ধানত উলিয়াবলৈ সক্ষম হোৱা নাই।

Recent News

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd