• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শিক্ষাব্ৰতী চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , July 24, 2018 5:56 pm

2 min read

বোকাখাতত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শিক্ষাব্ৰতী চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা
241
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি স্থানীয় পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ চন্দ্ৰপ্ৰভা শইকীয়াৰ সম্বৰ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

বোকাখাতৰ মহিলা শিক্ষাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কীৰ্তি শিক্ষয়িত্ৰীৰ ৰাজ্যিক বঁটা প্ৰাপ্ত চন্দ্ৰপ্ৰভা শইকীয়াৰ ৮০ বছৰীয়া জন্ম দিনৰ লগত সংগতি ৰাখি আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখিকা অন্নদা শইকীয়াই ৷

বন্তি প্ৰজ্বলনৰ পিছতেই ৰিজু হাজৰিকাৰ বৰগীতেৰে অনুষ্ঠান আৰম্ভ হয় ৷ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভাপতি পুতুলী খাউণ্ডৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাৰ উপৰি পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া, সুলেখিকা নিজৰা বৰঠাকুৰ,  পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, সদৌ অসম মহিলা সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ গগৈ, মনোৰঞ্জন সেন, মিনতি দলে, ড০ বিভা বৰা, চাহ বাগিচা সাহিত্য সভাৰ হৰিবোলা কালিন্দী আৰু জ্যেষ্ঠ নাগৰিক মঞ্চৰ আনিচুৰ ৰহমান উপস্থিত থাকে।

অনুষ্ঠান উদ্বোধন কৰে গোলাঘাট জিলা লেখিকা পৰিষদৰ সভানেত্ৰী ডালিমী শইকীয়া বৰাই। গাম্ভীৰ্য পূৰ্ণ এই অনুষ্ঠানত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা প্ৰকাশিত আৰু ড৹ বিভা বৰা সম্পাদিত ‘অভিনন্দিতা চন্দ্ৰপ্ৰভা শইকীয়া’ শীৰ্ষক অভিনন্দন গ্ৰন্থ খন উন্মোচন কৰা হয় ৷

গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰে। সম্বৰ্ধনা অনুষ্ঠানত সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে চেলেং চাদৰ, সঁফুৰা আৰু মানপত্ৰৰে শিক্ষাব্ৰতী চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা জনোৱাৰ উপৰিও গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে অৱসৰপ্ৰাপ্ত কীৰ্তি শিক্ষয়ত্ৰী চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত বিভিন্নজনে কীৰ্তি শিক্ষয়ত্ৰী গৰাকীৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি বক্তব্য আগবঢ়ায় ৷

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd