• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতক ৰাজ্যৰ ভিতৰতে পৰিষ্কাৰ নগৰী হিচাপে গঢ়াৰ অভিযান আৰম্ভ কৰিছে মহকুমা প্ৰশাসনে

উত্তম শইকীয়া by উত্তম শইকীয়া
April 11, 2018 1:28 pm
03d5d4a0-bea8-4f66-a1a5-c1cb52a4b070
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত নগৰক ৰাজ্যৰ ভিতৰতে এখন স্বচ্ছ আৰু সুন্দৰ নগৰ হিচাপে পৰিগণিত কৰিবৰ বাবে নুমলীগড় শোধনাগাৰৰ সহযোগত বোকাখাতৰ মহকুমা প্ৰশাসনে বুধবাৰৰ পৰা পষেক জোৰা এক চাফাই অভিযান কাৰ্যসূচী আৰম্ভ কৰে৷

এই উপলক্ষে বুধবাৰৰ পুৱা নগৰখনৰ নাট্যমন্দিৰৰ সমীপত আয়োজিত এক বিশেষ অনুষ্ঠানত বোকাখাতৰ চাফাই কৰ্মী, জ্যেষ্ঠ নাগৰিক,  সংবাদ কৰ্মী আৰু স্থানীয় লোকৰ উপৰি বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম,  নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতি,  ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাস,  মহকুমা দণ্ডাধীশ শান্তনু গগৈ, আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ লগতে নুমলীগড় শোধনাগাৰৰ জেষ্ঠ প্ৰৱন্ধক মিন্টু সন্দিকৈ উপস্থিত থাকে৷

Apply Now

অনুষ্ঠানত বোকাখাতৰ সমুহ চাফাই কৰ্মীক নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা টি চাৰ্ট, মাস্ক, হাতমোজা, পাচি, কোৰ আৰু বেলচাৰ লগতে বিভিন্ন চাফাই সামগ্ৰী প্ৰদান কৰে৷

‘আমি বোকাখাতক এখন পৰিস্কাৰ নগৰী হিচাপে গঢ়ি তুলিবৰ বাবে আজিৰ পৰা পোন্ধৰ দিনৰ এক বিশেষ চাফাই অভিযান আৰম্ভ কৰিছো’ বুলি মন্তব্য কৰে নৱ নিযুক্ত মহকুমাধিপতি বিবেক শ্যামে।

ইয়াৰ উপৰি শোধানাগাৰটোৰ জ্যেষ্ঠ প্ৰৱন্ধক মিণ্টু সন্দিকৈয়ে কয়, ‘বোকাখাত নগৰক পৰিস্কাৰ হিচাপে গঢ়ি তুলিবৰ বাবে নুমলীগড় শোধনাগাৰ দায়বদ্ধ৷ ইয়াৰ বাবে চাফাই অভিযানেই নহয় বোকাখাতৰ আৱৰ্জনা নিষ্কাষণ প্ৰকল্পৰ লগতে সৌন্দৰ্য বৰ্দ্ধনৰ বিভিন্ন আঁচনিও আমি হাতত লৈছো”।

মহকুমা তথ্য আৰু জন সম্পৰ্কৰক্ষী বিষয়া মামুন বৰকটকীয়ে আঁত ধৰা অনুষ্ঠানৰ শেষত চাফাই কৰ্মীৰ লগত ঝাৰু মাৰি চাফাই অভিযানৰ শুভাৰম্ভ কৰে মহকুমাধিপতি বিবেক শ্যাম আৰু শোধনাগাৰৰ জ্যেষ্ঠ প্ৰৱন্ধক মিন্টু সন্দিকৈয়ে৷

উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ গাতে লাগি থকা বোকাখাতক এখন পৰ্যটক নগৰী হিচাপে গঢ়ি তোলাৰ বাবে বোকাথাতৰ জনসাধাৰণে দীৰ্ঘদিনৰ পৰা দাবী জনায় আহিছে৷ এই ক্ষেত্ৰত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ নগৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে মহকুমা প্ৰশাসনে লোৱা পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm
উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm
উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd