• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্লাড কেন্সাৰ হৈ মৃত্যুৰে যুঁজি থকা মহাশ্বেতাক সহায়ৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 24, 2018 9:24 pm

2 min read

মহাশ্বেতা
109
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ নিৱাসী তথা শ্বিলং অ’মেন কলেজত অধ্যয়নৰত মহাশ্বেতা বৰদলৈ নামৰ এগৰাকী যুৱতী বৰ্তমান ব্লাড কেন্সাৰত ভূগি দিচপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ মৃত্যুৰে যুঁজি আছে।

উল্লেখযোগ্য যে বৰ্তমান মহাশ্বেতাৰ গুৱাহাটী আৰু শ্বিলঙৰ সহপাঠী আৰু বন্ধুবৰ্গই মহাশ্বেতাৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ উদ্দেশ্যে এক অভিযান আৰম্ভ কৰিছে। লগতে তেওঁলোকে ছচিয়েল মিডিয়াৰ জৰিয়তে অসমৰ ৰাইজক ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।

প্ৰাপ্ত তথ্য মতে মহাশ্বেতাই ২০১৭ চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান শ্বিলংস্থিত অ’মেন কলেজত শিক্ষা গ্ৰহণ কৰি আছিল।

মহাশ্বেতাৰ বন্ধুবৰ্গই জনোৱা অনুসৰি অতি প্ৰতিভাশালী যুৱতী মহাশ্বেতা সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক আছিল। তাৰোপৰি মহাশ্বেতা বিহু আৰু তিৱা নৃত্যৰ এগৰাকী প্ৰতিভাৱান নৃত্যশিল্পী আছিল।গতিকে অসমৰ এনেকুৱা এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰ জীৱন ৰক্ষা কৰাতো আমাৰ সকলোৰে দায়িত্ব বুলিও তেওঁলোকে কয়।

আনহাতে ছাত্ৰী গৰাকীৰ সহপাঠী তথা বন্ধুবৰ্গই উলিওৱা এই অভিযানত স্থানীয় ৰাইজে সহযোগিতা আগবঢ়াই ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে দান-বৰঙণি আগবঢ়াই। লগতে ছাত্ৰী গৰাকীৰ সুস্থ হোৱাৰ কামনা কৰি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনায়।

বৰ্তমান সংকটজনক অৱস্থাত থকা ছাত্ৰ গৰাকীৰ উন্নত চিকিৎসাৰ বাবে বহু পৰিমাণে অৰ্থৰ প্ৰয়োজন। গতিকে প্ৰতিভাশলী যুৱতী গৰাকীক অৰ্থিক সহযোগিতা আগবঢ়াবলৈ ইচ্ছুক ব্যক্তিয়ে YOSHODHA BORDOLOI, Account No: 20240804420, IFSC Code: SBIN0004420 নম্বৰত আৰ্থিক দান-বৰঙণি আগবঢ়াব পাৰিব।

 

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd