• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰত চলিব অত্যাধুনিক ৱাটাৰ টেক্সি : অচিৰেই নিবিদা আহ্বান কৰিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 5:02 pm
Fiberglass_ferry
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক আৰু ব্ৰহ্মপুত্ৰৰ জলভাগৰ ওপৰেৰে যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে ক্ৰয় কৰিব অত্যাধুনিক প্ৰযুক্তিৰ, ফাইবাৰগ্লাছৰ ৱাটাৰ টেক্সি। ইয়াৰ বাবে অচিৰেই চৰকাৰে নিবিদা আহ্বান কৰাৰ কথা। ইতিপূৰ্বে অনলাইন টেক্সিসেৱা কোম্পানি ‘ওলা’ৰ সহযোগত এনেকুৱা টেক্সিৰ পৰীক্ষামূলক চলন সম্পন্ন কৰা হৈছে।

চৰকাৰী সূত্ৰটোৱে জনোৱা মতে অভ্যন্তৰীণ জল পৰিৱহণ বিভাগে এনেকুৱা ১৫ খন অত্যাধুনিক বাহন ক্ৰয় কৰিব। ইতিপূৰ্বে বৰাক নদীত ৪খন এনেকুৱা বাহন চলাই থকা হৈছে। যোৱা বছৰৰ নৱেম্বৰৰ পৰা এই বাহনকেইখন চলোৱা হৈছে।

Apply Now

বাকী ১১খন ৱাটাৰ টেক্সি সোনকালেই সাজু হৈ উঠিব আৰু এইকেইখন ব্ৰহ্মপুত্ৰত চলিব। সূত্ৰটোৱে জনোৱামতে এই ৱাটাৰ টেক্সিকেইখনে ধুবুৰী, গুৱাহাটী আৰু মাজুলীৰ মাজত সংযোগ স্থাপন কৰিব।

সূত্ৰটোৱে কয় যে কেন্দ্ৰই ইতিমধ্য অভ্যন্তৰীণ জল পৰিবহণক উচ্চ ক্ষমতাসম্পন্ন ৰো-ৰো বা ৰোল অন/ৰোল অফ জাহাজ প্ৰদান কৰিছে। এইখন ধুবুৰী আৰু হাটীশিঙামাৰীৰ মাজত চলাচল কৰি আছে। এইখন জাহাজত এটা খেওত ২০০ জন যাত্ৰী আৰু ৮খন ট্ৰাক কঢ়িয়াব পাৰি। কেন্দ্ৰই আৰু এনেকুৱা ৰো-ৰো জাহাজ প্ৰেৰণৰ নিৰ্দেশ দিছে, যিকেইখন গুৱাহাটী, মাজুলী আৰু শিলচৰৰ লগতে অন্যান্য স্থানত চলোৱা হ’ব।

আনহাতে যোৱা ৪ এপ্ৰিলত বিধানসভাৰ মজিয়াত ৰাজ্যৰ পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল যে চৰকাৰে ৰাজ্যখনত এখন National Inland Navigation Institute স্থাপন কৰাৰ কথা চিন্তা কৰি আছে। মন্ত্ৰীজনে লগতে অভ্যন্তৰীণ জল পৰিবহণত সংস্কাৰ অনাৰ কথাও উল্লেখ কৰিছিল।

এই ক্ষেত্ৰত তেওঁ ব্যক্তিগত খণ্ডৰ নাওবোৰক নিয়ন্ত্ৰণ কৰাৰ কথা উল্লেখ কৰিছিল। অসমৰ অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাটোৰ উন্নীতকৰণৰ বাবে বিশ্ব বেংকে ৯৫০ কোটি টকাৰ দিয়া বুলি মন্ত্ৰীজনে সদনত তথ্য প্ৰদান কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd