DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰ লিটাৰেৰী মহোৎসৱত প্ৰকাশ পাব কুলধৰ শইকীয়াৰ ইংৰাজী গল্প সংকলণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 2:51 pm
Book Release at Brahmaputra Literary Festival
147
VIEWS
Share on FacebookShare on Twitter

সাহিত্য একাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট গল্পকাৰ লেখক কুলধৰ শইকীয়াৰ নৱতম গল্প সংকলণ ‘If A River and other stories’ অহা শনিবাৰে প্ৰকাশ পাব।

অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদিত গল্প সংকলণখন ৯ ফেব্ৰুৱাৰিৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ব্ৰহ্মপুত্ৰ লিটাৰেৰী মহোৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ ১০ ফেব্ৰুৱাৰিত আবেলি ৩:৩০ বজাত উন্মোচন কৰা হ’ব।

গ্ৰন্থখন অসম প্ৰকাশন পৰিষদ আৰু নেশ্যনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়াৰ যুটীয়া সহযোগত ৰত্ন বুকছে প্ৰকাশ কৰি উলিয়াইছে।

উল্লেখযোগ্য যে বিশিষ্ট গল্পকাৰ কুলধৰ শইকীয়া এগৰাকী ভাৰতীয় আৰক্ষী সেৱা বিষয়া আৰু বৰ্তমান তেওঁ গুৱাহাটীৰ আইন শৃংখলা বিভাগৰ অতিৰিক্ত পৰিচালন সঞ্চালকৰ দ্বায়িত্বত আছে।

নিজ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে তেওঁ দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল লাভ কৰি কৰিছে। ইয়াৰ উপৰি তেওঁ ২০০০ চনত কথা বঁটা লাভ কৰাৰ লগতে ২০১৫ চনত তেওঁৰ চুটি গল্প সংকলণৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল।

অসম প্ৰকাশন পৰিষদ আৰু নেশ্যনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়াই যৌথ ভাবে আয়োজন কৰা মহোৎসৱটো ১১ ফেব্ৰুৱাৰিত সামৰণি পৰিব।

মহোৎসৱটোত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১২০ গৰাকী লেখক সাহিত্যিকে অংশগ্ৰহণ কৰিব।

 

 

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd