• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰিটেইনৰ মাষ্টাৰ চেফ’লৈ অসমৰ শ্বেতা তপন চৌধুৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 11, 2018 1:24 pm

1 min read

s-4-570x320
217
VIEWS
Share on FacebookShare on Twitter

‘মাষ্টাৰ চেফ ইউ কে চিৰিজ ১৪’ৰ প্ৰতিযোগিতাত স্থান পোৱা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে শ্বেতা তপন চৌধুৰী।

তেওঁ বিবিচি অ’ৱানত সম্প্ৰচাৰ হোৱা শ্ব’টোৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

মূলতে গুৱাহাটীৰ বাসিন্দা শ্বেতা বৰ্তমান লণ্ডনত বাস কৰি আছে। তেওঁ লণ্ডনৰ কিংছ কলেজত ৰাজনীতি আৰু আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে পিএইচডি ৰ বাবে অধ্যয়ন কৰি আছে।

DX2311dWAAAz9Vn

মাষ্টাৰ চেফ ইউ কে হৈছে এটি খাদ্যৰ ৰিয়েলিটি শ্ব’ য’ত এলানি ৰন্ধন প্ৰতিযোগিতাৰ জৰিয়তে ব্ৰিটেইনৰ শ্ৰেষ্ঠ খাদ্য প্ৰস্তুতকৰণ প্ৰতিভাক বিচাৰি উলিওৱা হয়।

এই শ্ব’টোৰ বিচাৰক হিচাপে আছে গ্ৰেগ ৱালেচ আৰু জন টৰ’ডে।

শ্ব’টোৰ চাৰিটা শাখা আছে : মাষ্টাৰ চেফ, মাষ্টাৰ চেফ : দ্য প্ৰফেছনেলছ আৰু জুনিয়ৰ মাষ্টাৰ চেফ।

১৯৯০ চনত প্ৰথম মাষ্টাৰ চেফ শ্ব’টো আৰম্ভ কৰা হৈছিল আৰু এতিয়া এইটো বিশ্বৰ আটাইতকৈ সফল শ্ব’ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে।

 

Recent News

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd