• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ব্ৰু শৰণাৰ্থীৰ প্ৰত্যাৱৰ্তন পক্ৰিয়া : গৃহ পৰিক্ৰমা মন্ত্ৰ্যালায়ৰ বিশেষ সচিবৰ শিবিৰ পৰিদৰ্শন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 10:57 pm
Interaction-with-Bru-refugees.

এম কে সিংলাৰ ব্ৰু শৰণাৰ্থী সৈতে মত বিনিময়

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰু শৰণাৰ্থীসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে গৃহ ৰাজ্য মিজোৰামলৈ সোনকালে প্ৰত্যাৱৰ্তন কৰিবলৈ শৰণাৰ্থীসকলে জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত গৃহ পৰিক্ৰমা মন্ত্ৰ্যালায়ৰ বিষয়াসকলে ঘনাই ব্ৰু শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰি আহিছে।

উল্লেখযোগ্য যে অহা নবেম্বৰৰ পৰা তেওঁলোকৰ প্ৰত্যাৱৰ্তন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

Apply Now

মন কৰিবলগীয়া যে মাটিৰ বিবাদক লৈ মিজো সকলৰ সৈতে হোৱা গোষ্ঠিগত সংঘাতৰ ফলত ১৯৯৭ চনৰ পৰা প্ৰায় ৩৫,০০০ ব্ৰু/ৰেয়াং লোকে উত্তৰ ত্ৰিপুৰা জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ আহিছে।

প্ৰত্যাৱৰ্তন পক্ৰিয়াক আৰম্ভ কৰাৰ উদ্দেশ্যে গৃহ পৰিক্ৰমা মন্ত্ৰ্যালায়ৰ (আভ্যন্তৰীণ সুৰক্ষা) বিশেষ সচিব এম কে সিংলাৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ দলে শনিবাৰে উত্তৰ ত্ৰিপুৰা জিলাত অৱস্থিত শৰণাৰ্থী শিবিৰ সমূহ পৰিদৰ্শন কৰে।

কেন্দ্ৰই প্ৰত্যাৱৰ্তন পক্ৰিয়াক পূৰ্ণ সমৰ্থন জনাই বুলি উল্লেখ কৰি সিংলাই কয়, ‘তেওঁলোকক পৰাপক্ষত সকলো প্ৰকাৰে সহায় কৰিবলৈ আমাৰ ফালৰ পৰা প্ৰচেষ্টা চলাই অহাৰ লগতে কেন্দ্ৰয়ো চেষ্টা চলাই আছে। যোৱা ১৯ বছৰ ধৰি শিবিৰত আশ্ৰয় লৈ থকা ব্ৰু শৰণাৰ্থীসকলক লগ পাই মোৰ যথেষ্ট ভাল লাগিছে, তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহ আমি লিখি লৈছো।’

 

শৰণাৰ্থীসকলৰ প্ৰত্যাৱৰ্তনৰ বাবে ১.৩০ লাখ টকা আবণ্টন কৰা হৈছে বুলি জানিবলৈ দি তেওঁ শৰণাৰ্থীসকলক ঘৰ আৰু বিনামূলীয়া ৰেচন প্ৰদান কৰা হ’ব বুলি সদৰী কৰে।

আনহাতে ব্ৰুৰ সম্পাদক দোংগাই কেন্দ্ৰৰ ফালৰ পৰা গ্ৰহণ কৰা উক্ত প্ৰচেষ্টাই তেওঁলোকৰ সমস্যাক সমাধান কৰাৰ লগতে আইনসন্মত দাবীক পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে।

শনিবাৰৰ উক্ত পৰিদৰ্শন কালত জিলাৰ উপায়ুক্তৰ লগতে লুংলেইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd