• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰেইন টিউমাৰত আক্ৰান্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ পুত্ৰ : সাহায্যৰ অভাবত উন্নত চিকিৎসাৰ পৰা বঞ্চিত ১১ বছৰীয়া দেৱজিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2017 10:48 am

1 min read

ব্ৰেইন টিউমাৰত আক্ৰান্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ পুত্ৰ : সাহায্যৰ অভাবত উন্নত চিকিৎসাৰ পৰা বঞ্চিত ১১ বছৰীয়া দেৱজিত
106
VIEWS
Share on FacebookShare on Twitter

দৰিদ্ৰতাই কোঙা কৰি পেলোৱা এটা পৰিয়ালৰ এক কৰুণ কাহিনী। বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ ২ নং ৱাৰ্ডৰ পিৰাধৰাৰ বাসিন্দা মহাদেৱ পালৰ পুত্ৰ দেৱজিত পাল আক্ৰান্ত হৈছে এক জটিল ৰোগত। পেচাত এজন বাদাম বেপাৰী মহাদেৱে অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্নমুখত বাদাম বিক্ৰী কৰি পৰিয়ালটো যেনতেন পোহপাল দি আহিছে। কিন্তু পুত্ৰৰ এনে জটিল ৰোগে পৰিয়ালটোলৈ যেন অমানিশা নমাই আনিলে।

অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰতঃ দেৱজিতৰ প্ৰথম অৱস্থাত সামান্য মুৰৰ বিষ আৰু বমি হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু দিনক দিনে মুৰৰ বিষ বেছি হৈ অহাত তেওঁৰ পিতৃয়ে ধাৰ ঋণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মগজুৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে। পৰীক্ষাৰ অন্তত চিকিৎসকে কিশোৰজনৰ মূৰত এটা টিউমাৰ হোৱা বুলি জানিবলে দিয়ে। চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰা অসহায় পিতৃ-মাতৃয়ে পুত্ৰৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হৈছে।

মেধাবী পুত্ৰক লৈ বহু সপোন ৰচনা কৰা পিতৃ-মাতৃয়ে পুত্ৰক সুস্থ কৰি তুলিবলৈ ৰাইজৰ পৰা কিছু সহাৰি বিছাৰিছে। পিতৃ মহাদেৱ পালে তেওঁৰ নামত থকা ভাৰতীয় ষ্টেট বেংক অভয়াপুৰী শাখাৰ ৩৪২২২৫৪৫১০১ নম্বৰৰ একাউন্টত সাহায্য প্ৰদানৰ বাবে ৰাইজ আৰু অনুষ্ঠান- প্ৰতিষ্ঠান সমূহক অনুৰোধ জনায়। সহায়ৰ বাবে আগ্ৰহী ৰাইজে মহাদেৱ পালৰমোবাইল নম্বৰ   ৮৯২০৯১৩৬৩৭ ত যোগাযোগ কৰিব পাৰিব৷

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd