• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়োলেণ্ড সচিবালয়ত  অগ্নিকাণ্ড : অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰিল হাগ্ৰামা মহিলাৰীৰ কাৰ্যালয়ৰ নথি পত্ৰ

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , March 23, 2018 1:37 pm

1 min read

8111bdb8-9406-48bf-947d-b7af20a94d7f
83
VIEWS
Share on FacebookShare on Twitter

কথমপি ৰক্ষা পৰিল বিটিচি সচিবালয় । বৃহস্পতিবাৰে নিশা সচিবালয়টোৰ A ব্লকত হঠাৎ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কক্ষৰ চৌহদত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত সচিবালয়টো বৃহৎ ক্ষতিৰ পৰা কথমপি ৰক্ষা পৰে।

শ্বৰ্ট চাৰ্কিটৰ ফলত সৃষ্টি হোৱা এই অগ্নিকাণ্ডত কাৰ্যালয়টোৰ প্ৰায়বোৰ বৈদ্যুতিক সামগ্ৰী জ্বলি যোৱা বুলি আমালৈ খবৰ আহিছে।

জানিবপৰা অনুসৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কাৰ্যালয়ৰ নিচে ওচৰতে থকা কম্পিউটাৰ ইউ পি এছ তথা বিজুলী বিতৰণ কেন্দ্ৰত এই জুইৰ সূত্ৰপাত হয়  আৰু ইয়াৰ ফলতে সচিবালয়ৰ A ব্লকতো নিমিষতে জুইয়ে আৱৰি ধৰে।

কালি নিশা অহা ধুমুহা বতাহৰ ফলত শ্বৰ্ট চাৰ্কিট হৈ ইউ পি এছ তথা বিজুলী বিতৰণ কেন্দ্ৰত জুইৰ সূত্ৰপাত হয় আৰু কাৰ্যালয়টোৰ বৈদ্যুতিক সামগ্ৰীসমূহ জ্বলি চাই হৈ যায়।

নিশা সংঘটিত  অগ্নিকাণ্ডত সম্পূৰ্ণকৈ চাই হোৱা ঘটনা আজি প্ৰত্যক্ষ কৰে সচিবালয়ৰ কৰ্ম-কৰ্তাৰ লগতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

বড়োলেণ্ড সচিবালয়ৰ মূখ্য বিজুলী বিতৰণ কেন্দ্ৰ বিন্দু তথা মেন পাৱাৰ চাপ্লাই ভস্মীভূত হোৱা বাবে আজি কাৰ্যালয়ৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। আনহাতে এই অগ্নিকাণ্ডৰ ফলত কোনোমতে ৰক্ষা পৰিল বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কাৰ্যালয়ৰ বিভিন্ন নথি-পত্ৰ।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd