DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়ো সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিৰ ৪৯সংখ্যক সন্মিলনৰ সামৰণি

চাজিদ খান by চাজিদ খান
January 12, 2018 6:35 pm
ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ একাংশ।

ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ একাংশ।

236
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰিৰ পানেৰিত চলি থকা বড়ো সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিৰ ৪৯ সংখ্যক বাৰ্ষিক সন্মিলনৰ আজি সামৰণি পৰে। দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীটোত ভালেমান বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছিল।

মুকলি সভাখন উদ্বোধন কৰে মাজবাটৰ প্ৰাক্তন বিধায়ক ৰাকেশ্বৰ বৰোৱে। মুকলি সভাত সভাপতিত্ব কৰে ওদালগুৰি জিলা সভাপতি কামেশ্বৰ বৰোৱে।

বৰো সাহিত্য সভাৰ সভাপতি টৰেন বৰোৱে মুখ্য অতিথি হিচাপে মুকলি সভাখনত অংশ গ্ৰহণ কৰি কয়, ‘আজিৰ বিশ্বায়ন আৰু বিজ্ঞানৰ অগ্ৰগতিৰ যুগত বৰোসকলে তেওঁলোকৰ ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সংগ্ৰাম কৰিব লগীয়া হৈছে।’ তেওঁ লগতে কয় যে বৰো মাধ্যমৰ শিক্ষাৰ বাবে সুকীয়া সঞ্চালকালয় স্থাপন কৰাৰ ক্ষেত্ৰত চকৰাৰে সদায় হেমাহি প্ৰদৰ্শন কৰি আহিছে।

অনুষ্ঠানটোত জিলাখনৰ যশস্বী খেলুৱৈ আৰু সফল ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। খেলুৱৈসকলৰ ভিতৰত বক্সাৰ যমুনা বৰো, আৰ্চাৰ প্ৰমীলা দৈমাৰীও আছিল।

আনহাতে কাৰ্য্যসূচীৰ মাজতে ড০ লীলাধৰ ব্ৰহ্মক তেওঁৰ গ্ৰন্থ বড়ো মোচানয় নামৰ গ্ৰন্থখনৰ বাবে মংগল চান্দী ব্ৰহ্ম সাহিত্য বঁটা-২০১৮ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে মুকলি সভাখনত মন্ত্ৰী ৰিহন দৈমাৰী, চেৰফাং ননৈৰ এম চি এল এ সুৰেশ তাঁতীও উপস্থিত আছিল।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd