• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভা উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2018 5:22 pm
Chief Minister Sarbananda Sonowal
573
VIEWS
Share on FacebookShare on Twitter

‘সাহিত্যই হ’ল জাতিৰ এটা দাপোন। সাহিত্যৰ মাজেৰে জাতিৰ পৰিচয় প্ৰতিফলিত হয়। জাতিটোক শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সাহিত্যই সদায় গতিশীল ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভাই আৰম্ভণিৰে পৰা জনগোষ্ঠীটোক সজাগ-সচেতন কৰাৰ উপৰি নতুন প্ৰজন্মক দিশ দৰ্শন দিয়াৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।’ আজি বাক্সা জিলাৰ মুছলপুৰত বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসমকে ধৰি নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, পশ্চিমবংগ আৰু ভূটানৰ বড়ো জনগোষ্ঠীসকলে যি মহান উদ্দেশ্য লৈ বড়ো সাহিত্য সভা গঠন কৰিছিল, তেওঁলোকৰ সপোনক সাৰ্থক কৰাৰ বাবে সকলোৱে একত্ৰিতভাৱে প্ৰয়াস কৰিব লাগিব। লগেত তেওঁ কয় যে জাতি এটাক দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ বাবে আৰু এক সৱল মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত সাহিত্যই যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘আমাৰ সম্পদ আৰু সম্ভাৱনীয়তা সাহিত্যৰ মাজেৰে যাতে নতুন প্ৰজন্মই দাঙি ধৰিব পাৰে আৰু বিশ্ববাসীক আমাৰ শক্তি আৰু সামৰ্থতাৰ উমান দিব পাৰে তাৰ বাবে জ্যেষ্ঠ সকলে উদগণি যোগাব লাগিব। নতুন প্ৰজন্মক বিদ্যালয় পৰ্যালয়তে সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাহিত্য সম্পৰ্কীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।‘

ক্ৰীড়া আৰু সাংস্কৃতিক জগতত বড়ো জনগোষ্ঠীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। সেইবাবে ৰাজ্য চৰকাৰে যুৱ প্ৰজন্মক ক্ৰীড়াৰ মাজেৰে আগবঢ়াই নিয়াৰ বাবে ক্ৰীড়া নীতি গ্ৰহণ কৰিছে বুলিও সৰ্বানন্দই কয়।

আজিৰ সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও বড়ো ভাষাৰ বিকাশৰ বাবে লোৱা পদক্ষেপ সমূহৰ বিষয়ে আলোকপাত কৰি ভাষণ প্ৰদান কৰে। বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ উপ মুখ্য প্ৰধান খাম্পা বৰগয়ৰীকে ধৰি কোইবাগৰাকীও বিধায়ক, কটন মহাবিদ্যালয়ৰ উপাচাৰ্য ভৱেশ গোস্বামী, পদ্মশ্ৰী তথা বিশিষ্ট সাহিত্যিক কামেশ্বৰ ব্ৰহ্ম প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd