DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰোডত নৃশংস হত্যাকাণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 8:31 am
বৰপেটাৰোডত নৃশংস হত্যাকাণ্ড
162
VIEWS
Share on FacebookShare on Twitter

 

 

বৰপেটাৰোডৰ নিচুকাত কালি সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডত ভায়েকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ককায়েকে। জানিব পৰা মতে প্ৰয়াত শিবু মিঞাৰ ছয় পুত্ৰই মাটি-বাৰী, সা-সম্পতিক কেন্দ্ৰ দীৰ্ঘদিন ধৰি কণ্ডলত লিপ্ত হৈ আহিছিল। যাৰ পৰিণতিত কালি এনেধৰণৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ’ল। মৃত লোকজনৰ নাম কদ্দুচ আলী বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি কালি দিনৰ ১:৩০ মান বজাত মৃত কদ্দুচৰ  ভাতৃ আজগড় আলীয়ে তেওঁলোকৰ  বাহবাৰীৰ পৰা এটা বাহ কাটি আনিছিল। সেই কথাক কেন্দ্ৰ কৰি দুয়ো ককায়েক-ভায়েক প্ৰথম অৱস্থাত তৰ্ক-বিতৰ্কত লিপ্ত হয় যদিও খঙত অগ্নিশৰ্মা হৈ পৰা আজগড় আলিয়ে এডাল বাঁহেৰে পিছফালৰ পৰা মূৰত প্ৰহাৰ কৰাত কদ্দুচ থিতাতে বাগৰি পৰে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁলোকৰ মাতৃ আৰু অন্য এজন ভায়েক ঘটনাস্থলীত উপস্থিত আছিল যদিও তেওঁলোকে একো তৰ্কিবই নোৱাৰিলে। ভাতৃৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা ককায়েক কদ্দুচক ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ইফালে ঘটনা সংঘটিত কৰিয়ে হত্যাকাৰী আজগড়ে ঘৰৰ পৰা পললায়ন কৰে। আৰক্ষীয়ে বৰ্তমান সময়ত পলাতক আজগড়ৰ সন্ধান উলিওৱাৰ চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই।

 

 

 

Recent News

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd