DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাকত অব্যাহত আছিফা বানোৰ ধৰ্ষণৰ প্ৰতিবাদ

শিৱাশিস চক্ৰৱৰ্তী by শিৱাশিস চক্ৰৱৰ্তী
April 18, 2018 12:38 pm
AsifaProtest
155
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশকে জোকাৰি যোৱা কাঠুৱাৰ ৮ বছৰীয়া আছিফা বানোৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ লোমহৰ্ষক ঘটনাৰ প্ৰতিবাদ বিভিন্ন ঠাইত অব্যাহত থকাৰ লগতে বৰাক উপত্যকাতো এই প্ৰতিবাদ এতিয়াও ছেগা-চোৰোকাকৈ চলি আছে। উপত্যকাটোৰ লোকসকলে এই ঘটনাটোৰ প্ৰতিবাদত সমদল-সমাৱেশ বাহিৰ কৰাৰ লগতে অপৰাধীকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

আনকি অঞ্চলটোৰ বিদ্যালয়বোৰৰ ছাত্ৰ-ছাত্ৰীসকলেও এই ঘটনাটোৰ প্ৰতিবাদত অংশ লোৱা দেখা গৈছে। বদৰপুৰ ৰেইলৱে চহৰখনৰ ৰাষ্ট্ৰীয় পথৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ মানৱ শৃংখল উলিয়ায়। ইয়াত বিভিন্ন বিদ্যালয়ৰ ১ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। তেওঁলোকে হাতে হাতে প্লেকাৰ্ড লৈ অছিফাক ন্যায় দিয়াৰ দাবী তোলে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে।

উল্লেখযোগ্য যে উপত্যকাটোৰ শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু অন্যান্য ঠাইতো দৈনিক এনেকুৱা প্ৰতিবাদ হৈয়ে আছে আৰু প্ৰতিবাদকাৰীসকলে নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে ঘটনাটো জড়িতসকলৰ প্ৰতি ঘৃণা প্ৰকাশ কৰে। লগতে অপৰাধীৰ কঠোৰ শাস্তি দাবী কৰে।

আনহাতে বিগত মাহত সংঘটিত হাইলাকান্দিৰ ১৩ বছৰীয়া কিশোৰী গিনিৰাম ৰিয়াঙৰ বলাৎকাৰ আৰু হত্যাৰ ঘটনাটোৰ প্ৰতিবাদতো উপত্যকাটোৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কাঠুৱাত মন্দিৰৰ ভিতৰত এজনী ৮ বছৰীয়া ছোৱালীক দলবদ্ধ ধৰ্ষণৰ প্ৰতিবাদ অধিক ব্যাপক হোৱা দেখা গৈছে।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd