• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকত বিশ্ব হিন্দু পৰিষদৰ নেতা সুৰেন্দ্ৰ জৈনক আদৰণি জনাবলৈ সাজু ১৫০০ বাইক আৰোহী

শিবাশিস চক্ৰৱৰ্তী by শিবাশিস চক্ৰৱৰ্তী
March 24, 2018 2:47 pm
Dr-Surendra-Jain-570x320

ড০ সুৰেন্দ্ৰ জৈন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব হিন্দু পৰিষদৰ (ভি এইচ পি) নেতা ড০ সুৰেন্দ্ৰ কুমাৰ জৈন বৰাক উপত্যকা ভ্ৰমণৰ বাবে দুদিনীয়া কাৰ্যসূচী লৈ শিলচৰত উপস্থিত হ’ব।

বিশ্ব হিন্দু পৰিষদৰ আন্ত:ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সম্পাদক তথা মুখপাত্ৰগৰাকীক আদৰণি জনাবলৈ ভিএইচপিৰ স্থানীয় গোটে এক বিশাল আয়োজনৰ পৰিকল্পনা হাতত লৈছে।

Apply Now

তথ্য অনুসৰি আবেলি ২ বজাত জৈন আহি উপস্থিত হোৱাৰ পিছতে প্ৰায় ১৫০০ মটৰচাইকেল আৰোহীয়ে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শিলচৰলৈ এক সমদলৰে নেতাগৰাকীক আগবঢ়াই আনিব।

এইক্ষেত্ৰত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে।

ড০ জৈনে দেওবাৰে শিলচৰত ৰাম নৱমী উৎসৱ উপলক্ষে আয়োজিত এখন ‘ধৰ্ম সভা’ত ভাষণ দিব।

জৈনে হাৰিয়ানাৰ ৰোহটকৰ হিন্দু কলেজৰ অধ্যক্ষ পদৰ পৰা ২০১৩ চনত অৱসৰ গ্ৰহণ কৰিছে। বিনয় কাটিয়াৰ আৰু জয়ভান সিং পাৱাইয়াৰ পিছত তেওঁ আছিল বজৰং দলৰ তৃতীয়গৰাকী সভাপতি।

নতুন দিল্লীৰ শ্ৰীৰাম কলেজ অফ কমাৰ্ছৰ পৰা স্নাতক জৈনে তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰী দিল্লী স্কুল অফ ইক’নমিকছৰ পৰা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ড০ জৈনে ২০১৭ চনত অযোধ্যাত ‘‘ৰাম জন্ম ভূমিৰ বাবে আন্দোলনৰ পুনৰজাগৰণ’’ শীৰ্ষক আলোচনা চক্ৰত ভাষণ দি কৈছিল, ‘’ মন্দিৰ (ৰাম মন্দিৰ) কেতিয়া নিৰ্মাণ কৰা হ’ব তাৰ বাবে চৰকাৰে তাৰিখ ঠিক কৰা নাই, সেইকাৰণে সংস্থাই বিচাৰিছে সেয়া মোডী বা যোগী যিয়েই নহওক কিয় নিৰ্মাণ কৰিব লাগে।‘’

ভিএইচপি নেতা ড০ জৈনে  ২০১৮ চনত অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি কৈ লগতে গোটেই দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ কৈছিল, ‘’আমি সেই বছৰত মন্দিৰটো দেখিবলৈ পাম।‘’

 

শিবাশিস চক্ৰৱৰ্তী

শিবাশিস চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd