• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ণবাদী চৰিত্ৰৰ আৰ এছ এছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ উত্তৰণ কেতিয়াও কামনা নকৰে : প্ৰদ্যুত বৰদলৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 7, 2018 8:46 pm
প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰদ্যোত বৰদলৈৰ সংবাদমেল। ফটো : য়ু বি।

প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰদ্যোত বৰদলৈৰ সংবাদমেল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ গঠনৰ জৰিয়তে অসমীয়া জাতিটোক খণ্ড খণ্ড কৰা বুলি এক বিতৰ্ক চলি থকাৰ মাজতে এয়া আৰ এছ এছ আৰু বিজেপিৰ এক পৰিকল্পিত প্ৰচাৰ বুলি অভিহিত কৰিছে প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰদ্যুৎ বৰদলৈয়ে।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বৰদলৈয়ে কয়, “হাড়ে-হিমজুৱে বৰ্ণবাদী চৰিত্ৰৰ আৰ এছ এছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বকীয়তা, সামাজিক আৰু অৰ্থনৈতিক উত্তৰণ মুখ ফুটাই নক’লেও মনে-প্ৰাণে কেতিয়াও কামনা নকৰে। সেয়েহে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বিকাশক সুদৃঢ় কৰিবলৈ কংগ্ৰেছে গঠন কৰা স্বায়ত্তশাসিত আৰু উন্নয়ন পৰিষদসমূহৰ অৱস্থিতিক এতিয়া চৰকাৰী পক্ষৰ পৰা প্ৰণালীগতভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।”

Apply Now

বৰদলৈয়ে লগতে শেহতীয়াভাৱে স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদক লৈ আৰ এন ৰবিয়ে কৰা মন্তব্য আৰ এছ এছ আৰু বিজেপিৰ চক্ৰান্ত আছিল বুলিও কয়। ইয়াৰ পূৰ্বে আৰ এছ এছৰ মুখপত্ৰ ‘পাঞ্চজন্য’তো এনেধৰণৰ বিভ্ৰান্তিকৰ কথা প্ৰকাশ পাইছিল বুলিও কয়।

তেওঁ লগতে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশেষ উদ্যোগত ভাৰতীয় সংবিধানত ষষ্ঠ অনুচ্ছেদৰ ব্যৱস্থা কৰি ইয়াৰ জৰিয়তে দেশৰ জনজাতিসমূহৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হৈছিল বাবেই আৰ এছ এছ আৰু বিজেপিয়ে গোপীনাথ বৰদলৈক বেয়া পায়।

“ইয়াতেই কংগ্ৰেছ আৰু আৰ এছ এছ-বিজেপিৰ আদৰ্শগত পাৰ্থক্য সোমাই আছে। আৰ এছ এছ আৰু বিজেপিয়ে তেওঁলোকৰ এজেণ্ডাসমূহ আগ বঢ়াই লৈ যাব বিচাৰে।” প্ৰদ্যুৎ বৰদলৈয়ে কয়।

সংবাদমেলত বৰদলৈয়ে কংগ্ৰেছে বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি অসমখনক বহুৰঙী ফুলেৰে জাতিষ্কাৰ ফুলনি হিচাপে গণ্য কৰে বুলি কৈ বিজেপি আৰু আৰ এছ এছে সেইখন অসমত বিজতৰীয়া সংস্কৃতি জাপি দি ‘অসমীয়াত্ব’ক নিৰ্মূল কৰিব বিচাৰে বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি বৰদলৈয়ে সংবাদমেলত অভিযোগ কৰে যে আৰ এছ এছ-বিজেপিয়ে ‘অখণ্ড ভাৰত’, ‘এক ভাষা’, ‘এক ধৰ্ম’ৰ নীতি বলৱৎ কৰি খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ধৰ্মক নিঃশেষ কৰাৰ অভিসন্ধি কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd