• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভবিষ্যতে অধ্যাপিকা হোৱাৰ মন কলা শাখাত সপ্তম স্থানপ্ৰাপ্ত ত্ৰিপৰ্ণা বৰাৰ

NE NOW NEWS মিন্টূ দাস
নগাওঁ , May 31, 2018 10:03 pm

1 min read

H.S Arts 7th rank holder
78
VIEWS
Share on FacebookShare on Twitter
আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ কলা শাখাত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সপ্তম স্থান লাভ কৰি ত্ৰিপৰ্ণা বৰাই নগাঁৱলৈ গৈৰৱ কঢ়িয়াই আনিছে। ত্ৰিপৰ্ণাই ভবিষ্যতে এগৰাকী ভাল অধ্যাপিকা হোৱাৰ সপোন পুহি ৰাখিছে।
নগাঁও চহৰৰ আমোলাপট্টিৰ ব্যৱসায়ী পৰমেশ কুমাৰ বৰা আৰু বন্দনা কুমাৰ বৰাৰ কন্যা ত্ৰিপৰ্ণাৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সময়সীমা নাছিল। মন গলেই অধ্যয়ন কৰা ত্ৰিপনাৰ মতে ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ ক্ষেত্ৰত জোৰ দিয়াৰ সলনি মুক্ত মনেৰে পঢ়িবলৈ দিব লাগে।
আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই বিধেয়কখনে অসমৰ ৰাইজক ক্ষতি কৰিব, সেয়ে এই বিধেয়কখন তেওঁ সৰ্মথন নকৰে।
এই সাফল্যৰ বাবে তেওঁ ৰামানুজনৰ অধ্যক্ষ সহ শিক্ষক-শিক্ষয়িত্ৰী, পৰিয়াল, পিতৃ -মাতৃ, বন্ধু-বান্ধৱক কৃতিত্ব দিব বিচাৰ।
উল্লেখযোগ্য যে ৯৫.৮ শতাংশ পোৱা ত্ৰিপৰ্নাই ইংৰাজীত ৯৪, ঐচ্ছিক ইংৰাজীত ৯৬, শিক্ষাত ৯২, তৰ্ক আৰু দৰ্শনত ১০০, সমাজতত্ত্বত ৯৭, ভূগোলত ৯২ সহ সৰ্ভমুঠ ৪৭৯ নম্বৰ লাভ কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd