• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ তথ্য আগবঢ়াব চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2018 8:02 am
brahmaputra-river-l-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৈতে দ্বি-পাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ইংগিতেৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য ভাৰতক যোগান ধৰাৰ প্ৰক্ৰিয়া চীনে পুনৰ আৰম্ভ কৰিব। চীনৰ বন্দৰ চহৰ য়ুহানত শনিবাৰে জিনপিং আৰু মোডীৰ মাজত অনুষ্ঠিত অনানুষ্ঠানিক শীৰ্ষ সন্মিলনতেই  ভাৰতক ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য যোগান ধৰিবলৈ সন্মতি প্ৰকাশ কৰিছে চীনৰ চৰকাৰে।

উল্লেখ্য যে সীমাকেন্দ্ৰিক বিবাদকে ধৰি বিভিন্ন কাৰণত হোৱা কূটনৈতিক সংঘাতৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য ভাৰতক যোগান ধৰাৰ প্ৰক্ৰিয়া বন্ধ কৰিছিল প্ৰতিবেশী দেশখনে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসমকে ধৰি পূৰ্বোত্তৰৰ বিভিন্ন প্ৰান্তত হঠাতে অহা বানে বিভিন্ন সময়ত ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিছিল।

Apply Now

বানপানীৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য চীন চৰকাৰে যোগান নধৰাৰ ফলত মহাবাহুৰ জলস্তৰ তথা বানপানীৰ সম্ভাৱনা সন্দৰ্ভত আগজাননী দিয়াতো ভাৰতৰ সংশ্লিষ্ট বিভাগসমূহৰ বাবে অত্যন্ত জটিল হৈ পৰিছে। কিন্তু ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য যোগানৰ প্ৰক্ৰিয়া চীনে পুনৰ আৰম্ভ কৰিলে বানৰ আগজাননী তথা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাটো যথেষ্ট সহজসাধ্য হ’ব বুলি ধাৰণা কৰা হৈছে।

আনহাতে, শনিবাৰে অনুষ্ঠিত অনানুষ্ঠানিক শীৰ্ষ সন্মিলনৰ লেখীয়াকৈ অহা বছৰ ভাৰততো অনুষ্ঠিত হ’ব মোডী আৰু জিনপিঙৰ মাজত পৰৱৰ্তী অনানুষ্ঠানিক শীৰ্ষ সন্মিলন। ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেই এই কথা সদৰী কৰিছে।

তেওঁ কয় যে অহা বছৰ ভাৰতত অনুৰূপ অনানুষ্ঠানিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰিছে চীনা ৰাষ্ট্ৰপতি জি জিনপিঙে।

অৱশ্যে উক্ত পৰৱৰ্তী শীৰ্ষ সন্মিলনৰ স্থান তথা তাৰিখ যথা সময়ত নিৰ্ধাৰণ কৰা হ’ব বুলি বৈদেশিক সচিবগৰাকীয়ে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd