• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰয়েল টাই দূতাবাসৰ ৰাষ্ট্ৰদূতৰ এডভাণ্টেজ অসম বৈঠকত অংশ গ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2017 5:27 pm

1 min read

ৰয়েল টাই দূতাবাসৰ ৰাষ্ট্ৰদূতৰ এডভাণ্টেজ অসম বৈঠকত অংশ গ্ৰহণ
218
VIEWS
Share on FacebookShare on Twitter

আজি এডভাণ্টেজ অসমৰ এক বৈঠকত অংশ গ্ৰহণ কৰি ৰয়েল টাই দূতাবাসৰ ভাৰতৰ ৰাষ্ট্ৰদূত চ্চুন্টিন্টৰ্ন গংছাকডিয়ে জনায়, ‘অসমক আমি বৃহত্তম সীমান্ত বাণিজ্য কেন্দ্ৰ হিচাপে লৈছো আৰু আমি ভাৰতীয় পৰিবাহক পোৱাৰ আশা কৰিছো।’ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ সন্মুখত ৰাখি অসম চৰকাৰে দেশ-বিদেশৰ বিনিয়োগকাৰীক অসমলৈ আকৰ্ষণ কৰাৰ চেষ্টা কৰি আছে। উক্ত সন্মিলন উপলক্ষে দেশ-বিদেশৰ বিভিন্ন স্থানত অসম চৰকাৰে বিভিন্ন ৰ’ড শ্ব’ৰো আয়োজন কৰি আহিছে। ইতিমধ্যে দিল্লী, মুম্বাই, বাংগালুৰ, হাইদৰাবাদ, চিংগাপ’ৰ, তৰণ্ট’, নিউইয়ৰ্ক আৰু টকিয়’ত হোৱা ৰ’ড শ্ব’ই ধনাত্মক সঁহাৰি লাভ কৰিছে। ৩ আৰু ৪ ফেব্ৰুৱাৰিত হ’ব লগা উক্ত সন্মিলনৰ অংশ হিচাপে কলকাতা, চেন ফ্ৰান্সিস্ক’ আৰু চিউলতো ৰ’ড শ্ব’ অনুষ্ঠিত হয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া সন্মিলনখনত ৰতন তাতা, মুকেশ আম্বানি আদি ব্যৱসায়ীয়েও অংশ গ্ৰহণ কৰিব। তাৰোপৰি দেশ-বিদেশৰ প্ৰায় ২০০০ গৰাকী উদ্যোগী আৰু প্ৰতিনিধিয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰাৰ কথা।ইতিমধ্যে  শীৰ্ষস্থানীয় উদ্যোগপতি তাতা, আম্বানি, গডৰেজ, কিশোৰ বিয়ানি, গৌতম সিংহানিয়া, হৰ্চ মাৰিৱালা, সুভাচ চন্দ্ৰা আদিৰ সৈতে অসমৰ মুখ্য মন্ত্ৰীয়ে ব্যক্তিগতভাৱে বৈঠকত মিলিত হৈছিল।

Recent News

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত চলমান-শ্বাহৰুখৰ চিনেমা

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত চলমান-শ্বাহৰুখৰ চিনেমা

index.jpg

হোষ্টেলত পুনৰ আতংক কোভি১৯ৰ : ১৯০ ৰো অধিক শিক্ষাৰ্থী-শিক্ষক আক্ৰান্ত; কনটেইমেন্ট জ’ন ঘোষণা

ভাৰতলৈ প্ৰত্যাৰ্পণ হ’ব পাৰে নীৰৱ মোদীৰ, ৰায়প্ৰদান কৰিব ইংলেণ্ডৰ ন্যায়ালয়ে আজি

ভাৰতলৈ প্ৰত্যাৰ্পণ হ’ব পাৰে নীৰৱ মোদীৰ, ৰায়প্ৰদান কৰিব ইংলেণ্ডৰ ন্যায়ালয়ে আজি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd