DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ সকলো ৰাজ্যতে বাংলাদেশীক সংস্থাপনৰ বাবে দিল্লীক হেঁচা দিব দিছপুৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2017 8:06 pm
ভাৰতৰ সকলো ৰাজ্যতে বাংলাদেশীক সংস্থাপনৰ বাবে দিল্লীক হেঁচা দিব দিছপুৰে

প্রতিনিধিত্বমূলক ফটো

122
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ প্ৰাক্ মুহূৰ্তত বিজেপিৰ অসম প্ৰদেশ কমিটিয়ে জনাইছে যে ৰাজ্যৰ এক শ্ৰেণী লোকে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে নিজস্ব বাখ্যা আগবঢ়াই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে আৰু দলে সেইটো হ’বলৈ নিদিয়ে।

শুকুৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই কয়, ‘’ একাংশ লোকে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শংকাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আৰু বিধেয়কৰ বিষয়ে বিভ্ৰান্তিকৰ বাখ্যা আগবঢ়াইছে।‘’

দলে লগতে জনায় যে নাগৰিকত্ব সংশোধনী বিধেয়ক হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিষয়।

‘’ বিধেয়কখনে বাস্তৱ ৰূপ পাবলৈ আগবঢ়াৰ সময়ত অসম বিজেপিয়ে বাংলাদেশৰ পৰা অহা সংখ্যালঘুসকলক ভাৰতৰ সকলো ৰাজ্যতে সমানে ভগাই ল’বৰ বাবে কেন্দ্ৰক হেঁচা দিব,’’-বিবৃতিটোত কোৱা হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে, ‘’বিজেপি অসমৰ খিলঞ্জীয়া লোকৰ লগতে ভাৰতীয় নাগৰিকৰ প্ৰতি দায়বদ্ধ। বিজেপিয়ে অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।‘’

দলে লগতে বিধেয়কখন সম্পৰ্কত বিভ্ৰান্তিৰ সৃষ্টি কৰাসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd