• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-পাকিস্তানৰ ৭১ৰ যুদ্ধত মৃত্যু হোৱা বুলি ভবা সৈনিকে ৪৭ বছৰৰ পিছত গ্ৰহণ কৰিলে সম্বৰ্ধনা

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 19, 2018 10:09 pm
LR_Marro

আছাম ৰেজিমেণ্টৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰা অৱস্থাত এল আৰ মাৰ'।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচৰিত হ’লেও সত্য যে ভাৰত-পাকিস্তানৰ ৭১ৰ যুদ্ধত মৃত্যু হোৱা বুলি ভাবি পৰিয়ালৰ লোক সকাম-নিকাম কৰি পেলোৱা এজন সৈনিকে ৪৭ বছৰৰ পিছত আজি সম্বৰ্ধনা গ্ৰহণ কৰিলে আছাম ৰেজিমেণ্টৰ পৰা।

উল্লেখযোগ্য যে ভাৰতৰ হৈ পাকিস্তানৰ লগত যুদ্ধ কৰাৰ পাছতো সেনাবাহিনীৰ পৰা অৱসৰ লৈ আকৌ আছাম ৰেজিমেণ্টত যোগ দিয়া হাফলঙৰ মৌলহৈ গাৱঁৰ এল আৰ মাৰ’ নামৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক আজি আছাম ৰেজিমেণ্টৰ ফালৰ পৰা সংবৰ্ধনা জনোৱা হয়। মৌলহৈ গাৱঁৰ চি এইচ্ছ খটলাং মেম’ৰিয়াল প্ৰেক্ষাগৃহত আছাম ৰাইফলছৰ ২২ ছেক্টৰৰ ব্ৰিগেডিয়াৰ পৰিমল পন্থ,  ৪৩ আছাম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ গগন পাণ্ডে আৰু আচাম ৰেজিমেণ্টৰ ফালৰ পৰা লেফটেনেণ্ট কাৰ্নেল উপস্থিত থাকে। লগতে মৌলহৈ গাৱঁৰ সাধাৰণ ৰাইজেও অনুষ্ঠানটোত অংশ গ্ৰহণ কৰে। আছাম ৰেজিমেণ্টৰ ২২ ছেক্টৰৰ তৰফৰ পৰা কৃতী জোৱান মাৰ’ক এককালীনভাৱে পঞ্চাশ হেজাৰ টকাৰ চে’ক তুলি দিয়ে ব্ৰিগেডিয়াৰ পন্থে।

Apply Now

উল্লেখযোগ্য যে ১৯৭০ চনৰ ছেপ্টেম্বৰত ওঠৰ বছৰ বয়সতে মাৰে ভাৰতীয়  সেনাবাহিনীত যোগদান কৰি প্ৰশিক্ষণ লৈ পাঞ্জাবত কামত যোগ দিয়ে। এবছৰ পাছতে, অৰ্থাৎ ১৯৭১ৰ  ৯ ডিচেম্বৰত তেওঁ ভাৰত-পাকিস্তানৰ যুদ্ধত  যাব লগা হয়। যুদ্ধত পাকিস্তান ভাৰতীয় সেনাবাহিনীৰ হাতত পৰাজয় বৰণ কৰিব লগা হয়।

 

কিন্তু যুদ্ধ কৰি থকা অৱস্থাত ভাৰতীয় সেনাৰ দল লাইন অব কণ্ট্ৰ’ল অতিক্ৰম কৰি পাকিস্তানত সোমাই পৰে। তাৰ মাজত এল আৰ মাৰ’ও আছিল। যদিও পাকিস্তানী সেনাই একো কৰিবলৈ সক্ষম হোৱা নাছিল, ভাৰতীয় সেনাৰ দল পাকিস্তানত আবদ্ধ হৈ পৰিব লগা হয় আৰু এক বছৰৰ অধিক সময় পাকিস্তানত থাকিব লগা হয়। কিন্তু ইয়াৰ পাছত দুইখন দেশৰ মাজত আলোচনাৰ ফলত এক বছৰ ওঠৰ দিন পাকিস্তানত আবদ্ধ হৈ থকাৰ পাছত তেওঁলোক ঘৰলৈ ওভতি অহাত সক্ষম হয়।

মাৰে সেই কথা সুঁৱৰি কয়, ‘পাকিস্তানৰ পৰা যে জীৱিত অৱস্থাত উভতি আহিব পাৰিম, কেতিয়াও ভবা নাছিলোঁ, কিন্তু ভাৰত চৰকাৰৰ প্ৰচেষ্টাত এয়া সম্ভৱ হয়।’

অতি বিস্ময়ৰ কথা যে এবছৰ ধৰি উভতি নহাৰ বাবে মাৰ’ৰ যুদ্ধত মৃত্যু হোৱা বুলি আত্মীয়সকলে সামাজিক ৰীতি-নীতি অনুসৰি মাৰ’ৰ সৎকাৰ আৰু সকাম-নিকাম কৰি পেলায়। কিন্তু এইবোৰ নীতি-নিয়মৰ কাম কৰি উঠাৰ পাছতে তেওঁ জীৱিত অৱস্থাত ঘৰলৈ ঘূৰি আহি সকলোকে আনন্দিত আৰু বিস্মিত কৰে।

ভাৰতীয় সেনাৰ পৰা অৱসৰ লোৱাৰ পিছত মাৰ’ই আছাম ৰেজিমেণ্টতো সাত বছৰ কাম কৰে। এতিয়াও সুস্বাস্থ্যৰ অধিকাৰী মাৰে চৰকাৰৰ ওচৰত আজিও কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লগতে শিক্ষাগত যোগ্যতা থকা তেওঁৰ দুইপুত্ৰৰ কৰ্মসংস্থাপনৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনায়।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd