• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুৱা আলফাৰ নামত সোণাৰিৰ ব্যৱসায়ীক ধন দাবী

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
সোণাৰি , December 9, 2017 12:35 pm

1 min read

ভুৱা আলফাৰ নামত সোণাৰিৰ ব্যৱসায়ীক ধন দাবী
70
VIEWS
Share on FacebookShare on Twitter

পুনৰ আলফাৰ নামত ব্যৱসায়ীক ফোনযোগে ধন বিচাৰি ভাবুকি প্ৰদান কৰা এজন ভুৱা আলফা সদস্য আৰক্ষীয়ে আটক কৰিছে। এই ঘটনা সংঘটিত হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলত। ধন দাবী কৰা লোকজন ভুৱা আলফাৰ সদস্য অশ্বিনী বৰা ওৰফে প্ৰবীণ বৰা বুলি চিনাক্ত কৰা হৈছে। এই লোকজনে অশোক সিং নামৰ এজন ব্যৱসায়ীক ফোনযোগে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল। উক্ত ধন ৰাশি ভুৱা আলফা সদস্য গৰাকীৰ নিজৰ এছ বি আই একাউণ্টত জমা কৰি দিবলৈ নিৰ্দেশ দিয়ে। ধন আদায় নকৰিলে সিঙৰ পৰিয়ালৰ সদস্যক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে বুলি ব্যৱসায়ীজনে জানিবলৈ দিয়ে।

এই ঘটনা সংঘটিত হোৱাৰ পিছত সিঙে নামতোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ভুৱা আলফা সদস্য গৰাকীক ডিব্ৰুগড়ৰ মৰাণ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোকজন টিংখঙৰ লেঙেৰি গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে। ধৃত লোকজনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন, এছ বি আইৰ পাছবুক জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি আমাক জানিবলৈ দিয়ে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd