• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা মণিপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মুকলি

চভাপতি চামম by চভাপতি চামম
June 20, 2018 8:44 am
Goods-trucks-passing-the-newly-repaired-portion-of-Imphal-Jiribam-highway-on-Tuesday-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত শেহতীয়াভাৱে হোৱা ভূমিস্খলন আৰু বানপানীৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইম্ফল-জিৰিবাম পথত আবদ্ধ হৈ থকা প্ৰায় ৪০০ খন মালবাহী ট্ৰাক ইম্ফললৈ ৰাওনা হোৱা বুলি এক শুত্ৰৰ পৰা জানিব পৰা গৈছে। ঘাইপথৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে ৰাওনা হোৱা এই ট্ৰাকসমূহৰ অধিকাংশই ইতিমধ্যে ইম্ফলত উপস্থিত হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে পশ্চিম ইম্ফলৰ চিনাম আৰু লাইজাং গাঁৱৰ মাজৰ ঘাইপথত হঠাতে হোৱা ভূমিস্খলন আৰু বানপানীৰ ফলত এই মালবাহী ট্ৰাকসমূহ ননি জিলাৰ তুপুল অঞ্চলত আবদ্ধ হৈ পৰিছিল।

Apply Now

উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইম্ফল-জিৰিবামৰ ২২২ কিলোমিটাৰ পথত সঘনাই সংঘটিত হৈ থকা ভূমিস্খলনৰ ফলত অঞ্চলটোৰে যাতায়াত কৰা লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বৰ্তমান এই পথছোৱাৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰি তুলিছে নেশ্যনেল হাইৱে’ ইনফ্ৰাষ্ট্ৰাক্সাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডে।

ইফালে চৰকাৰী শুত্ৰই জনোৱা অনুসৰি ৰাজ্যৰ কিছু অঞ্চলত এতিয়াও বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে যদিও বেছিভাগ অঞ্চলৰে বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

আনহাতে মণিপুৰৰ ২৬৯খন গাঁৱৰ মুঠ ৫১,৬৮৯ জন লোক এই বানত আক্ৰান্ত হোৱাৰ উপৰি এই পৰ্যন্ত ৮ জন লোক মৃত্যুমুখত পৰিছে বুলি সাহায্য আৰু দুৰ্যোগ প্ৰশমন সঞ্চালকালয়ৰ তৰফৰ পৰা জনায়। তাৰোপৰি মণিপুৰৰ এই প্ৰলয়ংকাৰী বানে ১০ খন জিলাৰ ২৩,৪৬৩ টা পৰিয়ালৰ লগতে ৪,১৬৭ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হয়।

প্ৰশাসনৰ তৰফৰ পৰা ৰাজ্যত স্থাপন কৰা মুঠ ১৫৫টা অস্থায়ী বান শিবিৰত বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ৫০,৩৭২ জন লোকক সংস্থাপন দিয়া হৈছে।

উল্লেখ্য যে মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাহৰ অনুৰোধত ৰাজ্যখনৰ বহুতো লোকে বানাক্ৰান্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ সাহায্য পুজিত আৰ্থিক অনুদানো আগবঢ়াইছে। আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগেও বানাক্ৰান্ত অঞ্চল সমূহত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে।

ইফালে মণিপুৰত হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্থ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাসমূহো আগবাঢ়ি অহাত বানাক্ৰান্ত লোকসকল যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হোৱাৰ লগতে বিভিন্ন জনে এই সংগঠনসমূহক ধন্যবাদ জনায়।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd