DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মংগলদৈত পথত পৰি থকা অৱস্থাত সজীৱ গুলি উদ্ধাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 6:30 pm
প্ৰতিনিধিত্বমূলক ফট’

প্ৰতিনিধিত্বমূলক ফট’

155
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত মংগলদৈ আৰক্ষীয়ে মংগলদৈ-ভূটীয়াচাং সংযোগী ব্যস্ত গড়কাপ্তানি পথটোৰ শালৈপাৰাত আজি পৰিত্যক্ত অৱস্থাত এজাঁই সজীৱ গুলি উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি চমুৱাপাৰা গাঁৱৰ জিতু মণি বৰুৱা নামৰ এজন লোক গাওঁখনেদি আহি থকা অৱস্থাত প্ৰথমে পৰি থকা গুলি দেখি আৰক্ষীক খবৰ দিয়ে।

পিছত আৰক্ষীয়ে ইয়াক ৯ এমএম ব’ৰৰ পিস্তলৰ গুলি বুলি নিশ্চিত কৰে।

বাতৰি লিখাৰ পৰলৈকে আৰক্ষীয়ে গুলিটো অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰৰ নে অন্য অস্ত্ৰৰ থিৰাং কৰিব পৰা নাই।

মংগলদৈ আৰক্ষীৰ ওচৰত কোনো অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰৰ অধিকাৰীৰে গুলি হেৰোৱাৰ কোনো খবৰ নাই। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd