• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈত ৪১ সংখ্যক আন্তঃজিলা দবা প্ৰতিযোগিতা

NE NOW NEWS ময়ুখ গোস্বামী
মঙলদৈ , December 26, 2017 8:59 pm

1 min read

মঙলদৈত ৪১ সংখ্যক আন্তঃজিলা দবা প্ৰতিযোগিতা
85
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা মঙলদৈত তিনিদিনীয়া কাৰ্যসূচীৰে ৪১ সংখ্যক আন্তঃজিলা দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। দৰং জিলা দবা সংস্থাই লৰা আৰু ছোৱালী উভয়ৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখন বয়স অনুযায়ী তিনিটা পৃথক শাখাত ভাগ কৰা হৈছে। প্ৰাপ্ত তথ্য মতে ৯ বছৰ, ১৩ বছৰ আৰু ১৭ বছৰ অনূৰ্ধ্ব শাখাত অনুষ্ঠিত দবা প‌্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা ১৮০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। প্ৰথম ৰাউণ্ডৰ উদ্বোধনী খেলকেইখনৰ ৯ বছৰ অনূৰ্ধ্বত মায়ঙ্ক চক্ৰৱৰ্তী আৰু আফছীনা আফছা জামান; ১৩ বছৰ অনূৰ্ধ্বত মন্থন কাশ্যপ দত্ত আৰু তানীছা ছ’ম তথা ১৭ বছৰ অনূৰ্ধ্বত অৰুণাভ গোহাঁই আৰু চিৰুস্মীতা চহৰীয়াই তেওঁলোকৰ প্ৰথম ৰাউণ্ডৰ খেলসমূহত বিজয় অৰ্জন কৰে। উক্ত খেলকেইখনৰ বাহিৰেও প্ৰথম ৰাউণ্ডৰ সকলো কেইখন খেল উদ্বোধনী দিনটোৰ সন্ধিয়া পৰ্যন্ত চলে বুলি জনায় উদ্যোক্তা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ শৰ্মাই। ইয়াৰ পূৰ্বে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে উদ্বোধন কৰা প্ৰতিযোগিতাখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেছ মাষ্টাৰ চাহিল দে’ আৰু বিশ্ব ৰুবিক চেম্পিয়ন কাব্যনিল তালুকদাৰক উদ্যোক্তা সকলে সম্বৰ্ধনা জনায়।

Recent News

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd