• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত দুদিনীয়াকৈ বহনক্ষম উন্নয়ন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন

সভাপতি ছামম by সভাপতি ছামম
December 30, 2017 5:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ইম্ফলত দুদিনীয়াকৈ ‘বিশ্বায়নৰ যুগত বহনক্ষম বিকাশ আৰু উত্তৰ-পূব ভাৰত’ শীৰ্ষক এখন দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। ইম্ফলৰ ডি এম কলেজ অৱ আৰ্টচ, জি পি অ’মেনচ কলেজ আৰু ইনষ্টিটিউট অৱ বায়’ ৰিচ’ৰ্চেজ এণ্ড চাচটেইনেবল ডিভেলপমেণ্টৰ সহযোগিতাত ফেডাৰেচন অৱ গৱৰ্নমেণ্ট কলেজ টিচাৰ্চ এচ’ছিয়েচনে এই সন্মিলনখনৰ আয়োজন কৰিছে।

ইম্ফল হোটেলৰ চাংগাই প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত হোৱা সন্মিলনখনৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মণিপুৰৰ শিক্ষা মন্ত্ৰী থকচম ৰাধেশ্যাম।

Apply Now

সন্মিলনখনৰ উদ্বোধনী ভাষণত শিক্ষামন্ত্ৰী ৰাধেশ্যামে কয় যে বহনক্ষম বিকাশৰ লগত বঞ্চনা,  সমৃদ্ধি আৰু দুৰ্দশাৰ ব্যাপক সম্পৰ্ক আছে। সুন্দৰ ধাৰণা সমূহক বিকাশমুখী কাৰ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাই তেওঁ কয় যে ‘বহনক্ষম বিকাশক প্ৰাসংগিক বুলিব পাৰি’ যিহেতু ই ভৱিষ্যতৰ প্ৰজন্মসমূহৰ ক্ষতি নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণৰ পথ দেখুৱাই। সেয়ে তেওঁৰ মতে পৃথিৱীখনৰ উত্তৰোত্তৰ উন্নতিৰ বাবে প্ৰয়োজনীয় খোজবোৰ সাৱধানে দিবলৈ অতীত, বৰ্তমান আৰু ভৱিষ্যতক বুজাটো অত্যন্ত জৰুৰী যাতে আহিব লগা প্ৰজন্ম সমূহৰ বাবে বহনক্ষম বিকাশ সাধিব পৰা যায়। তাৰ বাবে তেওঁৰ মতে বিশ্ব জনীনভাৱে ভবা, স্থানীয় সমস্যাসমূহ চিনাক্ত কৰা আৰু স্থানীয়ভাৱে কাম কৰাৰ প্ৰয়োজন।

সন্মিলনখনৰ আয়োজক সকলে জনোৱা অনুসৰি সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চল আৰু বিশেষকৈ মণিপুৰলৈ লক্ষ্য ৰাখি বিকাশৰ নৱোদিত ধাৰা আৰু প্ৰত্যাহ্বান সমূহ সম্পৰ্কে আলোচনা কৰাৰ বাবে এই সন্মিলখন আয়োজন কৰা হৈছিল।

অৰ্থনীতি, ৰাজনৈতিক অৰ্থনীতি আৰু পৰিৱেশৰ বিষয়ে আলোকপাত ( আমন্ত্ৰিত সকলৰ প্ৰত্যেককে ২০ মিনিটকৈ), অৰ্থনৈতিক উন্নয়নৰ নীতি নিৰ্ধাৰণ, সমৃদ্ধি আৰু খাদ্য নিৰাপত্তা, জৈৱ সম্পদ পৰিচালনা আৰু বহনক্ষম বিকাশ, গুণগত শিক্ষা আৰু বিকাশ, পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত নতুন পথ, লিংগ সাম্যতা আৰু নাৰী সবলীকৰণ, বিকাশৰ ক্ষেত্ৰত অসাম্য আৰু বিভিন্নতা হ্ৰাসকৰণ, ন্যায়ৰ ক্ষেত্ৰত উদ্ভাৱনী পথ, শান্তিপূৰ্ণ আৰু অংশ গ্ৰহণমূলক সমাজ আৰু বহনক্ষম বিকাশৰ বাবে নতুন সহযোগীৰ সন্ধান ইত্যাদি বিষয় সম্পৰ্কে সন্মিলনখনত আলোচনা কৰা হয়।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd