• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কথমপি প্ৰাণৰক্ষাঃ উৰন্ত এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2018 9:44 pm

2 min read

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কথমপি প্ৰাণৰক্ষাঃ উৰন্ত এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা
96
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিং আৰু তেওঁৰ সহযোগীকে ধৰি প্ৰায় ১৬০ জন যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমান যাত্ৰাপথত এটা চৰাইৰ গাত খুন্দা মাৰি আজি গধূলি কথমপি ৰক্ষা পৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানখনে অৱতৰণ কৰাৰ পিছত যাত্ৰীসকল নিৰাপদে বিমানৰপৰা ওলাবলৈ সক্ষম হয়।

চৰাইটোৰ লগত লগা খুন্দা ইমানেই তীব্ৰ আছিল যে খুন্দাটোৰ ফলত বিমানখনৰ গাত এটা ফুটা হৈ যায়। খবৰ অনুসৰি বিমানখনে বিমান বন্দৰটোত অৱতৰণ কৰিবলৈ লওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়।

বিমানখনত থকা মণিপুৰৰ মুখ্য মন্ত্ৰী সিঙে পিছত টুইট কৰে, ‘ভগৱান বৰ দয়ালু। আমাৰ এআই বিমানখনত এটা চৰায়ে খুন্দা মাৰিছিল কিন্তু আমি নিৰাপদে আজি গুৱাহাটীত নামিবলে সক্ষম হ’লো। ইমান জোৰত খুন্দা লাগিছিল যে বিমানখনত এটা ফুটা হৈ গ’ল। অৱতৰণৰ সময়ত বিমানৰ ডেউকা মেলাৰ খোৱাৰ সময়ত ঘটনাটো ঘটে। ভগৱানক ধন্যবাদ, বাকী ১৬০ গৰাকী সহযাত্ৰীৰ সৈতে আজি গুৱাহাটীত থাকিম।’

আনহাতে মুখ্য মন্ত্ৰীগৰাকীয়ে বিমানখনৰ যাত্ৰী সকলৰ যত্ন নোলোৱাৰ বাবে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক কঠোৰভাৱে সমালোচনা কৰে।

সিঙে অন্য এটা টুইটযোগে কয়, ‘গুৱাহাটী বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ ব্যৱস্থাপনা অতি পুতৌজনক আৰু কামত নহা। এতিয়াও খাদ্য আৰু থকা ঠাই নোহোৱাকৈ বহু বিলাক যাত্ৰী বিমান বন্দৰৰ ভিতৰত আছে। তাত এয়াৰ ইণ্ডিয়াৰ তিনিজনহে কৰ্মচাৰী দেখা গৈছে। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জনোৱা মতে কাইলৈ আবেলিলৈকে বিকল্প বিমানো সম্ভৱ নহ’ব।’

Recent News

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

index

কৰ’নাত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং; দিল্লীৰ এইমছত ভৰ্তি

মানুহৰ জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয়, পশ্চিমবংগত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কংগ্ৰেছে

মানুহৰ জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয়, পশ্চিমবংগত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কংগ্ৰেছে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd