DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 9, 2017 2:09 pm
মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ
90
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লৈ থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত আৰক্ষীয়ে যোৱা ৬ তাৰিখে দুজনক গ্ৰেপ্তাৰ কৰে। অভিযু্ক্ত দুজনৰ নাম হ’ল ফখৰুদ্দিন আলী আৰু পৱন আলী। অভিযুক্ত দুয়োজন জি এম চি এইচ্ছত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু তেওঁলোকৰ ঘৰ হাজো অঞ্চলত বুলি জানিব পৰা গৈছে। হাজো থানাত ৯০৯/১৭  নম্বৰৰ ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০৩/৫০৭/৩৪ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

উল্লেখযোগ্য যে অভিযুক্ত ফখৰুদ্দিন আলীৰ ম’বাইল নম্বৰ ৯৬১৩১৪৩৮৭৮ ৰ পৰা হিমন্ত বিশ্বক হত্যাৰ বাবে ৫ কোটি টকা বিচাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা আৰু হাজো সমষ্টিৰ কংগ্ৰেছী নেতা দুলু আহমেদলৈ বাৰ্তা যোৱা বুলি গম পোৱা গৈছে। সূত্ৰটোৱে কোৱা মতে বাৰ্তাটোৰ কথা অংশ হ’ল, ‘এইচ বি এছক উৰুৱাই দিয়াৰ বাবে যোগাৰটো আৰু ৫ কোটি সোনকালে দিয়ক।’ উল্লেখযোগ্য যে এই দুজনক কংগ্ৰেছ কৰ্মী হিচাপে চিনি পায় বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়। আনহাতে এই বাৰ্তা পোৱাৰ পিছত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে যোৱা ৩ ডিচেম্বৰত আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সহাইক ফোন যোগে এই এছ এম এছটো লাভ কৰাৰ কথা অৱগত কৰিছিল। বিষয়টো অৱগত হোৱাৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গোপনে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল বুলি জনা যায়। কালিহে ইয়াৰ বিষয়ে সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হয়।

আনহাতে ঘটনাটোৰ সত্যতা এতিয়াও নিশ্চিত হ’বলৈ বাকী বুলি আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যদিও বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ সংবাদ মাধ্যম তথা ছ’চিয়েল মেডিয়াত এই বিষয়টো ব্যাপক চৰ্চা হৈছে। বাৰ্তাটোক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিতো প্ৰতিক্ৰিয়া দেখা গৈছে। কালি হাজো বিজেপি যুৱ মৰ্চাই দুলু আহমেদৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে প্ৰসংগটোত নিজৰ মত প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয় যে তেওঁ নিজে ম’বাইলৰ মেছেজ নাচায়, তেওঁ ব্যক্তিগত সচিবে চায়।

Recent News

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd