• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
, November 17, 2017 9:37 am

1 min read

leopard
71
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী

নাহৰফুটুকীৰ আক্ৰমণত আহত হৈ গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পাতালত চিকিৎসাধীন হৈ থকা মহানগৰীৰ ধীৰেনপাৰাৰ এগৰাকী যুৱকৰ বৃহস্পতিবাৰে মৃত্যু হয়।

যোৱা শনিবাৰে ধীৰেনপাৰাত  চাৰিজন লোকক নাহৰফুটুকীৰ আক্ৰমণৰ পৰা বচাবলৈ গৈ গুৰুতৰভাৱে আহত হোৱা ৩৫ বছৰীয়া যুৱকজনক আনোৱাৰ আলী বুলি চিনাক্ত কৰা হৈছে।

ওচৰৰ পাহাৰৰ পৰা ওলাই অহা নাহৰফুটুকীটোৱে অঞ্চলটোৰ কেইবাগৰাকী লোকক আক্ৰমণ কৰি আহত কৰিছিল।

নাহৰফুটুকীৰ আক্ৰমণৰ পৰা কেইবাজনো লোকক ৰক্ষা কৰা আনোৱাৰ আলীক যোৱা দেওবাৰে আৰক্ষীয়ে ৩০০০ টকাৰে পুৰস্কৃত কৰিছিল।

নাহৰফুটুকীৰ আক্ৰমণত আহত হোৱাৰ পিছত আনোৱাৰক জি এম ইচ এইচৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

আনোৱাৰৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওলোকে ধনৰ অভাৱত তেজ দিবলৈ সক্ষম নহ’ল। লগতে তেওঁলোকে অভিযোগ কৰে যে জি এম চি এইচত চিকিৎসাত অৱহেলাৰ ফলতে আলীৰ মৃত্যু হৈছে। অৱশ্যে চিকিৎসালয়খনৰ চিকিৎসকসকলে এনে অভিযোগ অস্বীকাৰ কৰিছে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd