• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত নিশা সংঘটিত পথ দুৰ্ঘটনা : আহত ৪ যুৱক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 17, 2018 12:35 pm

1 min read

পথ দুৰ্ঘটনা
89
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিশা মহানগৰীত সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে এখন ছুইফট ডিজায়াৰ গাড়ীয়ে  নিয়ন্ত্ৰণ হেৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত গে’টত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। নিশা ৪ সুৰাপায়ী যুৱকে সুৰাপান কৰি তীব্ৰ বেগেৰে ছুইফট ডিজায়াৰ বাহনখনেৰে আহি থকা অৱস্থাত অৱশেষত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

উক্ত দুৰ্ঘটনাত চাৰিওজন যুৱকেই গুৰুতৰভাৱে আহত হয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই যুৱক চাৰিজন আঘাতপ্ৰাপ্ত অৱস্থাৰে গাড়ী এৰি পলায়ন কৰে। বৰ্তমান দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন।

উল্লেখযগ্য যে সময়ে সময়ে মহানগৰীৰ ৰাজপথত এচাম যুৱকে সুৰা পান কৰি বাহন চলোৱাৰ ফলত সাধাৰণ ৰাইজ তথা পথচাৰী বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। আনকি বহুজনে নিজৰ প্ৰাণ হেৰুৱাবও লগীয়া হৈছে। এইক্ষেত্ৰত মহানগৰীৰ আৰক্ষীক সক্ৰিয় ভূমিকা ল’বলৈ মহানগৰবাসীয়ে আহ্বান জনাইছে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd