DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কাচিজানত বাগৰি পৰিল যাত্ৰীবাহী বাছ : গুৰুতৰভাৱে আহত ৩ জন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2018 10:16 pm
যাত্ৰীবাহী
174
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কাচিজানত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয়।

নিয়ন্ত্ৰন হেৰুৱাই এ এছ ০১ এইচ চি ৩৮১০ নম্বৰৰ বাছখন বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ৩৭ নং ৰাষ্টীয় ঘাইপথৰ ওপৰত বাগৰি পৰে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনাত পতিত বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল আৰু ইয়াৰে ১৫ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আনহাতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলৰ ভিতৰত ৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত থকা তিনিওজনকে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ বিপৰীতে কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত ব্যক্তিকেইজনক আজাৰা চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয়লোকে প্ৰকাশ কৰা মতে বাছখন তীব্ৰবেগেৰে অহাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পথতৰ ওপৰতে বাগৰি পৰে। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে কিছুসময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত যান-জঁটৰ সৃষ্টি হয়।

অৱশ্যে পিছত আজাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাছখন আজাৰা আৰক্ষী থানালৈ লৈ যায়।

Recent News

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd