DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা দুজন এন ডি এফ বিৰ সদস্যক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 10:40 pm
নগাঁৱৰ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ
253
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰে’লৱে ষ্টেচনত দুজন এন ডি এফ বিৰ সদস্যক মহনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা ম্যানমাৰৰ পৰা অহা দুজন এন ডি এফ বিৰ সদস্য মহাগৰীত প্ৰৱেশ কৰা বুলি খবৰ লাভ কৰে। ফলত জালুকবাৰী আৰক্ষীয়ে তাৎক্ষণিকভাৱে মালিগাঁৱৰ ৰে’লৱে ষ্টেচনত অভিযান চলাই এন ডি এফ বিৰ সদস্য দুজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ধৃত এন ডি এফ বিৰ সদস্য দুজনৰ এজনক জয় সিং নাৰ্জাৰী ওৰফে জলিল আৰু আনজনক বিমল বসুমতাৰী বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত জয় সিং নাৰ্জাৰী এন ডি এফ বি (সং) গোটৰ মূৰব্বী আই কে সংবিজিতৰ সম্পৰ্কীয় আৰু এন ডি এফ বিৰ সদস্য দুজনে লামডিং আলিপুৰদুৱাৰ এক্সপ্ৰেছেৰে আইজনৰ পৰা কোকৰাঝাৰলৈ ভ্ৰমণ কৰিছিল।

উল্লেখযোগ্য যে ধৃত এন ডি এফ বিৰ সদস্য দুজন এন ডি এফ বি (সং) গোটলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ কাৰ্যত জড়িত আছিল আৰু দুয়ো ম্যানমাৰ আৰু মণিপুৰত সক্ৰিয় ৰূপত আছিল। তেওঁলোকে ম্যানমাৰৰ পৰা ওভটাৰ পিছত আন ৰাজ্যত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল।

ইতিমধ্যে ধৃত দুয়ো এম ডি এফ বিৰ সদস্যকে আৰক্ষী জিন্মাত ৰাখি তেওঁলোকৰ পৰা আৰু অধিক তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd