• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলাৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে ১৮১-সখী ট’ল ফ্ৰী মহিলা হেল্প লাইন নম্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2018 9:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভা গৃহত মহিলাৰ মৰ্য্যাদা, স্বাভিমান আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যখনকে সামৰি ১৮১-সখী ট’ল ফ্ৰী মহিলা হেল্প লাইন নম্বৰ এটি আনুষ্ঠানিকভাৱে মুকলি কৰে।

এই উলক্ষে আয়োজিত সভাত মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, ‘কিছু দিন ধৰি মহিলাৰ বিৰুদ্ধে সংঘটিত ঘটনাৱলী অতিশয় চিন্তনীয় বিষয়। সেই বাবে ৰাজ্য চৰকাৰে এনে ধৰণৰ ঘটনা সমূহ যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এই কাৰ্যত লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।’

Apply Now

মুখ্য মন্ত্ৰী গৰাকীয়ে নাৰী জনিত অপৰাধমূলক ঘটনা যাতে সংঘটিত হ’ব নোৱাৰে তাৰ বাবে ৰাজ্যখনৰ প্ৰতিখন থানাকে চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া বুলি কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ চাৰ্জশ্বিট নিখুঁত আৰু সময়মতে দাখিল কৰাটো সু-নিশ্চিত কৰিবলৈ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিয়া হৈছে যাতে নিৰ্যাতিত সকলে ন্যায় লাভ কৰিব পাৰে।‘

প্ৰতিদিনে যাতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ চলাই যাব পাৰে তাৰ বাবে ফাষ্ট ট্ৰেক ক’ৰ্ট স্থাপন কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে মহিলা সম্পৰ্কীয় অপৰাধমূলক গোচৰ সমূহ যাতে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত মহিলা কোষ গঠন কৰা হ’ব।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণে একত্ৰিতভাৱে কাম কৰিব লাগিব। ফলত মুখ্য মন্ত্ৰী গৰাকীয়ে জনসচেতনতা সৃষ্টিৰ বাবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক লৈ জনসচেতনতামূলক অভিযান চলাবলৈ নিৰ্দেশ দিছে।

আনহাতে সভাতে ট’ল ফ্ৰী নম্বৰৰ লগত জড়িত থকা চৰকাৰী অংশীদাৰ সকলক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ দ্বাৰা ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে মহিলা সকলক ২৪ ঘণ্টাই যি কোনো বিপদৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে সেৱা প্ৰদান কৰা হৈছে। এই সেৱা বৰ্তমান পুৱা ৯ বজাৰ পৰা ৫-৩০ লৈকে মুকিল থাকিব আৰু অতি শীঘ্ৰে ২৪ ঘণ্টা উপলব্ধ হ’ব।

এই সেৱাৰ জৰিয়তে মহিলা আৰক্ষী থানা, ৰাজ্যিক পৰ্যায়ৰ মহিলা আয়োগ, ফেমেলি কাউন্সিলিং চেণ্টাৰ, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, আইন সেৱা কেন্দ্ৰ, আশ্ৰয় গৃহ, স্বাস্থ্য আৰু আইন বিশেষজ্ঞক সামৰি লোৱা হৈছে।

আনহাতে এই সেৱাৰ জৰিয়তে সমাজ কল্যাণ আঁচনি, আশ্ৰয়, কাউন্সিলিং, স্বাস্থ্য পৰীক্ষা, এজেহাৰ দাখিল, আইন সাহায্য, দৃশ্যশ্ৰাব্য, ৰেকৰ্ডিং তৎকালীন সহায় আৰু উদ্ধাৰৰ লেখীয়া সুবিধা সমূহো প্ৰদান কৰা হ’ব।

আজিৰ অনুষ্ঠানটোত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা চিকিমীকি তালুকদাৰ, অসম ৰাজ্যিক সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষা কৃষ্ণা দাস বৰ্মন আৰু আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়, অতিৰিক্ত মুখ্য সচিব অলক কুমাৰ, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব জিষ্ণু বৰুৱা, গৃহ বিভাগৰ প্ৰধান সচিব এল এছ চাংচনকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd