• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাইবাঙত গুলীচালনাৰ প্ৰতিবাদত কোকৰাঝাৰত এবছুৰ সমদল

NE NOW NEWS ৰিনয় বসোমতাৰি
কোকৰাঝাৰ , January 28, 2018 10:48 pm

1 min read

ডিমা হাচাও বন্ধৰ ফটো

ডিমা হাচাও বন্ধৰ ফটো

201
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ১২ঘণ্টীয়া ডিমা হাচাও বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীলৈ মাইবাং আৰক্ষীয়ে গুলীচালনা কৰি দুজন লোকক হত্যা কৰাৰ বিৰুদ্ধে কোকৰাঝাৰত এবছুয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

আজি কোকৰাঝাৰ জিলা এবছুৰ উদ্যোগত কোকৰাঝাৰ সদৰ চহৰৰ বডোফা শিশু উদ্যানত  বহুসংখ্যক এবছুৰ সদস্যই মম বাতি জ্বলাই প্ৰতিবাদী সমদল উলিয়ায়।

সংগঠনটোৰ নেতৃবৰ্গই ডিমা হাচাওৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি  নিহতৰ পৰিয়াললৈ পঞ্চাশ লাখ টকা তথা আহতৰ পৰিয়াল লৈ পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়।

ইয়াৰ উপৰি তেওঁলোকে চৰকাৰক ডিমা হাছাওৰ  ভুমি আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰিবলৈ দাবী জনায়।

প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাওগৌৰা ব্ৰহ্ম, নেৰ্শোন বেচৰকাৰী সংস্থাৰ সঞ্চালক ৰাজু নাৰ্জাৰীও অংশগ্ৰহণ কৰে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd