• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত উদ্ধাৰ বৃহৎ আকাৰৰ অচিনাকি বস্তু

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
মাজুলী , December 10, 2017 12:29 pm

1 min read

মাজুলীত উদ্ধাৰ বৃহৎ আকাৰৰ অচিনাকি বস্তু
73
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ জলৰাশি অস্বাভাৱিকভাৱে ঘোলা হৈ পৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত থকা আতংকৰ মাজতে নদীদ্বীপ মাজুলীত কালি উদ্ধাৰ হয় এক বৃহৎ আকাৰৰ অচিনাক্ত যন্ত্ৰ। প্ৰাপ্ত তথ্য মতে কালি বিয়লি স্থানীয় কোনো লোকে ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যাওঁতে নদীৰ মাজত উক্ত যন্ত্ৰবিধ দেখা পায়। আনহাতে বিগত কিছু দিনৰ পৰা ব্ৰহ্মপুত্ৰ উৎপত্তিৰ স্থলত চীনে বিষাক্ত সামগ্ৰী পোলোৱা বুলি চলি অহা চৰ্চাৰ মাজতে মাজুলীত কালি উদ্ধাৰ হোৱা উক্ত যন্ত্ৰবিধে স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা যন্ত্ৰ বিধৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্ৰ ওলোৱা নাই যদিও স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে ইয়াক যুদ্ধ বিমানৰ ধ্বংসাৱশেষ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

Recent News

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd