• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত লুইতৰ বুকুত মাছৰ সলনি উঠিছে কাঠৰ উজান; খৰি সংগ্ৰহত ব্যস্ত নৈপৰীয়া ৰাইজ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 3, 2018 2:20 pm
majulir kath

মাজুলীত লুইতৰ বুকুৱেদি বৈ অহা খৰি সংগ্ৰহ কৰি এইদৰে কঢ়িয়াই আনিছে এগৰকা মহিলাই ফটো : মিটু খাটনিয়াৰ

267
VIEWS
Share on FacebookShare on Twitter

মাছৰ উজান নহয়, মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত উঠিছে কাঠ আৰু খৰিৰ উজান । ফেনে ফোটোকাৰে ওফন্দি উঠা ভৰা লুইতৰ বুকুৱেদি পাহাৰৰ পৰা নামি আহিছে বৃহৎ বৃহৎ গছ, কাঠৰ কুণ্ডা।

বৰলুইতৰ কোৱাল সোঁতেৰে বৈ অহা এইসমুহ কাঠ, খৰি ধৰিবৰ বাবে জয়াল ব্ৰহ্মপুত্ৰৰ বুকুত নৈপৰিয়া লোকৰ মাজত চলিছে এতিয়া অঘোষিত প্ৰতিযোগিতা। কোনোৱে যদি ভৰা লুইতৰ বুকুত সাতুৰি নাদুৰি, কোনোৱে টুলুঙা হাত নাও লৈ মূল্যৱান কাঠ সমুহ সংগ্ৰহৰ বাবে অৱতীৰ্ণ হৈছে জীৱন মৰণ যুঁজত।

20180802_122918

প্ৰতিদিনে নদীৰ বুকুৰ পৰা কাঠ, খৰি সংগ্ৰহৰ বাবে মাজুলীৰ শালমৰা, অফলামূখ, দক্ষিনপাট আদি নৈপৰীয়া লোক সকল ব্যস্ত হৈ পৰিছে। জীৱন-জীৱিকাৰ বাবেই এই অঞ্চল সমুহৰ জীয়ৰি-বোৱাৰিৰ পৰা আৰম্ভ কৰি কিশোৰ-বৃদ্ধলৈকে সকলোৱে কাঠ সংগ্ৰহত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ঘৰে ঘৰে বৃহৎ বৃহৎ কাঠৰ মেজি কৰি সংৰক্ষণ কৰিছে নদীৰ পৰা সংগৃহিত কাঠ-খৰি সমুহ। বাৰিষাৰ এই সময়ত নৈপৰীয়া লোকসকলে কাঠ, খৰি সংগ্ৰহ কৰি সেইসমুহ বিক্ৰী কৰি জীৱন-নিৰ্বাহ চলায়। দৈনন্দিন কাৰ্যত ব্যৱহাৰৰ উপৰি নৈপৰীয়া লোকসকলে কাঠ, খৰিসমুহ মৃৎ শিল্প তথা অন্য কৰ্মতো ব্যৱহাৰ কৰা দেখা যায়।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd