DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ বাট-পথ উন্নয়নৰ বাবে ১০০ কোটি টকা মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 4, 2018 1:44 pm
Screenshot_20180703-134603_Video Player
951
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাৰ স্বাস্থ্য সেৱাখণ্ড, পথ-যোগাযোগ ব্যৱস্থা তথা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে মাজুলীত উপস্থিত হোৱা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ বাট-পথ উন্নয়নৰ বাবে অতিৰিক্তভাৱে এশ কোটি টকা মুকলি কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ উপৰি কমলাবাৰীৰ পৰা গড়মূৰ-জেংৰাই হৈ ঢকুৱাখনালৈ যোৱা পথচোৱা টু লেন কৰিব বুলিও উল্লেখ কৰাৰ লগতে কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ উদ্দেশ্যে জিলাখনলৈ প্ৰতিমাহে মুখ্য অভিযন্তাক আহিবলৈও নিৰ্দেশ প্ৰদান কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত হোৱা আলোচনাৰ সময়তে জিলাখনত চলি থকা সকলো প্ৰকল্প অহা ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

ইফালে এই বৈঠকৰ অন্তত নিশা মন্ত্ৰীগৰাকী মাজুলীৰ বিভিন্ন দল-সংগঠন, নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতেও এক আলোচনাত মিলিত হয়। এই পৰ্যালোচনা বৈঠকত সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা, উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক  হীতেশ ৰায় উপস্থিত থাকে।

জানিব পৰা মতে মন্ত্ৰী শৰ্মাই দুদিনীয়া ভ্ৰমণসূচী সামৰি আজি মাজুলীৰ পৰা উভতি আহে।

Recent News

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd